• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোপন বুজাবুজি! : ৰাজ্যসভাৰ এখন আসন অগপক এৰি দিবনে বিজেপিয়ে?

অনির্বান পাঠক by অনির্বান পাঠক
March 15, 2019 7:05 am
AGP_BJP-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি অগপৰ সৈতে বিজেপিয়ে পুনৰ মিত্ৰতা সম্পন্ন হ’ল। এই মিত্ৰতাই এক কথাত কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বিজেপিৰ চিন্তা কিছু পৰিমাণে দূৰ কৰিলে।

বিজেপিয়ে এই মিত্ৰতাৰ পাছত বিজেপিয়ে অগপক লোকসভাত তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দিব বুলি সদৰী কৰিছে। একেদৰে ৰাজ্যসভাৰো এখন আসনত অগপক প্ৰাৰ্থী থিয় কৰাবলৈ দিব বুলি চৰ্চা চলি আছে। কিন্তু সঁচাকৈয়ে এয়া হ’বনে?

Apply Now

পুনৰ মিত্ৰতাৰ ক্ষেত্ৰত যদি দুয়োটা দলৰ মাজত তেনে কোনো সিদ্ধান্ত হৈছে তাত এক বিশেষ বিষয় হেঙাৰ হ’ব নেকি?

অগপই বিজেপিৰে মিত্ৰতাৰ বন্ধনত পুনৰ আৱদ্ধ হোৱাৰ বাবে মঙলবাৰে হোটেল ৰেডিচন ব্লুত কৰা আলোচনাতো এই বিষয়টোৱে স্থান পাইছে। ৰাজ্যসভাৰ এখন আসন অগপক এৰি দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে বিবেচনা কৰিব বুলি জানিবলৈ দিয়া বুলি অগপৰ সভাপতি অতুল বৰাইও প্ৰকাশ কৰিছে।

উল্লেখ্য যে, অহা ১৪ জুনত অন্ত পৰিব ৰাজ্য সভাৰ অসমৰ সাংসদ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াচ কুজুৰৰ কাৰ্যকাল।

খালি হ’বলগীয়া এই আসন দুখনৰ এখন বিজেপিয়ে ৰাখি আনখন অগপক এৰি দিলে সেইখন আসনৰ পৰা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অগপই প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। কিন্তু এই দুয়োখন আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনত অগপই বিজেপিৰ পৰা এখন আসন পাব বুলি চৰ্চিত বিষয়টোত সন্দেহৰ অৱকাশ আছে।

কিয়নো শেহতীয়াভাৱে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাত নিজৰ সদস্য কম থকাৰ বাবেই বিজেপিয়ে মুখথেকেচা খাবলগীয়া হৈছিল। গতিকে এই বিধেয়কখন পুনৰ উত্থাপন কৰাৰ ক্ষেত্ৰত বিজেপিয়ে ৰাজ্যসভাত দলটোৰ শক্তি বঢ়াই লোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি ভবাটো স্বাভাৱিক।

তেনেক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অগপক ৰাজ্যসভাৰ এখন আসন বিজেপিয়ে এৰি দিব জানো? বিজেপিয়ে ‘খাল খান্দি ঘৰিয়াল চপোৱা’ ধৰণৰ কাম যে কৰিব তাত সন্দেহ আছে।

যদি সঁচাকৈয়ে ৰাজ্যসভাৰ এখন আসন অগপক বিজেপিয়ে এৰি দিয়ে তেনেহ’লে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত অগপই পূৰ্বৰ স্থিতি সলনি কৰাৰ ক্ষেত্ৰত ৰাজী হৈছে বুলি ভবাৰো থল আছে।

গতিকে পৰবৰ্তী সময়ত এয়া কিমানদূৰ সত্য প্ৰতিপন্ন হয় সেয়াহে লক্ষণীয় হ’ব।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd