• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে উদ্ধাৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , December 21, 2020 11:18 am

1 min read

20201221_093422-1140x570
164
VIEWS
Share on FacebookShare on Twitter

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত গঁড় চিকাৰৰ প্ৰচেষ্টাৰে অনা বুলি সন্দেহ কৰা কিছু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

দৰং জিলাৰ দলগাওঁ আৰক্ষী থানাৰ বিষয়াসকলে এটা ৩০৩ ৰাইফল, ১১জাই সজীৱ গুলী, এটা ছাইলেন্সাৰকে ধৰি অস্ত্ৰ-শস্ত্ৰখিনি ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষতে থকা সোণাৰি গাঁৱৰ ছমছেৰ আলীৰ ঘৰৰ পিছপিনৰ পৰা উদ্ধাৰ কৰে।

‘’সোণাৰি গাঁৱত আমি কিছু অস্ত্ৰ-শস্ত্ৰ থকাৰ তথ্য লাভ কৰিছিলো। সেই অনুসৰি আমি অঞ্চলটোত তালাচী চলাই এটা ৩০৩ ৰাইফল, ১১জাই সজীৱ গুলী, এটা ছাইলেন্সাৰকে ধৰি মাটিৰ তলত লুকাই ৰখা এটা বেগ ছমছেৰ আলী নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰো,’’-দলগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষীৰোদ বৈশ্যই কয়।

অস্তৰ-শস্ত্ৰখিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত গঁড় চিকাৰৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

‘’আমি সন্দেহ কৰিছো যে একাংশ সমাজ বিৰোধী শক্তিয়ে গঁড় চিকাৰৰ উদ্দেশ্যে এই অস্ত্ৰ-শস্ত্ৰৰে সৈতে বনাঞ্চলত প্ৰৱেশৰ সুযোগ বিচাৰি আছিল,’’- দলগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষীৰোদ বৈশ্যই কয়।

ইপিনে, আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আনহাতে, এই বাতৰি লিখাৰ পৰলৈকে এই অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ ঘটনাৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে গৰেপ্তাৰ কৰা নাই।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd