• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 12:30 pm

1 min read

পাকিস্তানী সেনাৰ গুলীত ছহিদ ভাৰতীয় সেনা জোৱান নিৰ্মল সিং
194
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানে পুনৰ এবাৰ যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি কাশ্মীৰ সীমাত গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে। যাৰ ফলত এজন ভাৰতীয় সৈনিক ছহিদ হ’বলগীয়া হয়।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণাঘাটী ছেক্টৰত সংঘটিত এই ঘটনাটোত ছহিদ হোৱা সেনা জোৱানজন হৈছে নিৰ্মল সিং।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া পাকিস্তানৰ সৈনিকে ভাৰতীয় সৈনিকক উদ্দেশ্যি কৃষ্ণাঘাটি ছেক্টৰত নিৰ্বিচাৰভাৱে গুলী আৰু মৰ্টাৰ নিক্ষেপ কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ তৰফৰ পৰাও গুলী চলোৱা হয়। দুয়োপক্ষৰ মাজত কেই মিনিট ধৰি চলা গুলীচালনাত ১০ নং জম্মু-কাশ্মীৰ ৰাইফলছৰ হাবিলদাৰ নিৰ্মল সিং গুৰুতৰভাৱে আহত হয়।

পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

ইফালে এই ঘটনাক লৈ ভাৰতীয় সেনাই প্ৰকাশ কৰা বিবৃতিত নিৰ্মল সিং এগৰাকী বীৰ সৈনিক আছিল আৰু তেওঁৰ এই বলিদান ভাৰতবাসীয়ে সদায় মনত ৰাখিব বুলি মন্তব্য কৰে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd