• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃণমূল কংগ্ৰেছৰ নেতাৰ পুত্ৰৰ কাণ্ড! সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি সেনা জোৱানৰ পত্নীক ধৰ্ষণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 28, 2024 8:45 pm
564
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ পঞ্চায়তৰ এগৰাকী উপ সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী ভাৰতীয় সেনা জোৱানৰ পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ।

উত্তৰ ২৪ পৰগনাৰ ডেগংগা থানা সোহাই-শ্বেতপুৰ পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তৃণমূলৰ নেতাগৰাকীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। অৱশ্যে তৃণমূলৰ উপ প্ৰধান আৰু তেওঁৰ পুত্ৰই এই অভিযোগ অস্বীকাৰ কৰিছে।

জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী পঞ্জাৱত কৰ্মৰত। এটা সমস্যা সমাধানৰ বাবে তেওঁ পঞ্চায়ত উপ প্ৰধান জলধৰ মণ্ডলৰ কাষ চাপিছিল। এমাহ পূৰ্বে মহিলাগৰাকীয়ে এই সমস্যাৰ বিষয়ে অৱগত কৰিছিল জলধৰ মণ্ডলক।

তৃণমূলৰ নেতা জলধৰ মণ্ডলে সমস্যা সমাধানৰ আশ্বাস দিছিল সেনা জোৱানৰ পত্নীক। সেই সুযোগতে নেতাগৰাকীৰ পুত্ৰই সেনা জোৱানৰ পত্নীৰ সৈতে অন্তৰংগ হৈ ধৰ্ষণ সংঘটিত কৰে।

এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে বৰাছাট জিলাৰ আৰক্ষী অধীক্ষকক এজাহাৰ দিয়ে। সেই অভিযোগৰ ভিত্তিত আৰক্ষী অধীক্ষকে স্থানীয় থানাক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। তাৰ আধাৰত মহিলাগৰাকীৰ বক্তব্য লৈ মেডিকেল টেষ্ট কৰা হয়।

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত তৃণমূল নেতাৰ পুত্ৰ উজ্জল মণ্ডলক। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি একাধিক অভিযোগত গোচৰ ৰুজু কৰিছে।

ঘটনাৰ তদন্ত অব্যাহত আছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd