• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰায় ৭৭শতাংশ ভোটদান; কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যু, আৰু কি ঘটিল?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 8:36 am
officer died on election duty

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ শনিবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভোটগ্ৰহণত প্ৰায় ৭৭শতাংশ ভোটাৰে ভোটদান কৰে।

মুঠ ৮১.০৯ লাখ ভোটাৰে কোভিড-১৯ৰ বিধি মানি তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে। নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে।

Apply Now

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে সন্ধিয়া ৬বজালৈকে ৭৬.৮৯ শতাংশ ভোটদানৰ হাৰ নিশ্চিত কৰা হৈছে। এই হাৰ সামান্য বৃদ্ধি পাব পাৰে বুলিও তেওঁ জানিবলৈ দিয়ে।

শনিবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত এগৰাকী কৰ্তব্যৰত নিৰ্বাচনী বিষয়াৰ মৃত্যু ঘটে। তুলসী খনিকৰ নামৰ প’লিং বিষয়া গৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।

সোনাৰি সমষ্টিৰ হাজোৱা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত বিষয়াগৰাকীক হস্পিতাললৈ লৈ যোৱা পথতেই মৃত্যু হয়।

সেইদৰে, আন এগৰাকী প্ৰিজাইডিং বিষয়াক কৰ্তব্যৰত অৱস্থাত ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পাছত হাস্পাতলত ভৰ্তি কৰোৱা হয়।

লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ কচুৱা মাজগাঁও ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত বিষয়াগৰাকী ষ্ট্ৰোকত আক্ৰান্ত হোৱাত ততাতয়াকৈ ওচৰৰ হাস্পাতললৈ লৈ যোৱা হয়।

আনহাত,  ডিব্ৰুগড়ৰ লাহোৱালৰ নিজ মৈদঙীয়া ভোটকেন্দ্ৰত ডাঃ মুনিন পাঠক নামৰ কৰ্তব্যৰত চিকিৎসকজনে ভোটাৰক পিষ্টল দেখুৱাৰ এক ঘটনা সংঘটিত হয়।

কোভিড প্ৰটকল নিয়ন্ত্ৰণ কৰিবলৈ গৈ লাহোৱাল উপ–স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰাইজক পিষ্টল দেখুৱায়।

এনে ঘটনাৰ পাছতেই ভোটকেন্দ্ৰটোত উত্তেজনাৰ সৃষ্টি হয় আৰু উত্তেজিত ৰাইজে চিকিৎসকগৰাকীক অৱৰোধ কৰি ৰাখে।

ইয়াৰ মাজতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসকগৰাকীক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে  চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় সদৰ থানালৈ লৈ যায়।

চিকিৎসকগৰাকীৰ হাতৰ পৰা আৰক্ষীয়ে এটা অনুজ্ঞাপত্ৰ থকা .৩২ পিষ্টল জব্দ কৰিছে।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd