• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এটা ইনিংছত ১০ টা উইকেট দখলেৰে ইতিহাস গঢ়িলে অসমৰ নৱতম স্পীন চাঞ্চল্যই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2019 8:46 pm

1 min read

arpan dutta takes 10 Wicket

এটা ইনিংছত দহটা উইকেট দখল কৰা অৰ্পন দত্ত

1.6k
VIEWS
Share on FacebookShare on Twitter

বিগত কিছুমাহ পূৰ্বে মণিপুৰৰ বাওঁহতীয়া বেগী বলাৰ ৰেক্স সিঙে ৰঞ্জী ট্ৰফীত এটা ইনিংছত দহটা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পাছত অসমৰ এগৰাকী উদীয়মান বলাৰে এটা ইনিংছত দহটা উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অসমৰ ক্ৰিকেট জগতত।

শিৱসাগৰ জিলাৰ বাওঁহতীয়া অৰ্থ’ডক্স স্পিন বলাৰ অৰ্পন দত্তই বুধবাৰে অনুষ্ঠিত নুৰুদ্দিন আদমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চৰাইদেওৰ বিৰুদ্ধে এটা ইনিংছত ১০ টা উইকেট দখল কৰি প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে এটা ইনিংছত আটাইকেইটা উইকেট দখল কৰাৰ অনাকাংক্ষিত অভিলেখৰ অধিকাৰী হয়।

চৰাইদেওৰ বিৰুদ্ধে খেলখনত অৰ্পনে ১৯ অভাৰ বলিং কৰি ২.৫৩ ইকোনোমিৰে ৪৮ ৰাণ খৰছ কৰি দহটা য়ুইকেট দখল কৰিবলৈ সক্ষম হয়। অৰ্পনৰ যাদুকৰী বলিঙৰ আগত কোনোধৰণৰ প্ৰতিৰোধ গঢ়িব নোৱাৰি চৰাইদেৱে খেলখনত শোচনীয় পৰাজয় স্বীকাৰ কৰে।

দুৰ্দান্ত বলিঙৰ বাবে ম্যান অব দ্যা মেচৰ সন্মান লাভ কৰে তৰুণ বাওহতীয়া বলাৰগৰাকীয়ে।

১৯৯৩ চনৰ ১৬ নবেম্বৰত জন্মগ্ৰহণ কৰা অৰ্পনে ইয়াৰ পূৰ্বে ডিব্ৰুগড় ক্ৰিকেট ক্লাৱৰ হৈ খেলিছিল। চলিত নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাখনত অৰ্পনে বৰ্তমানলৈ চাৰিখন খেলত অংশলৈ মিতব্যয়ী বলিঙেৰে ১৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে, শিৱসাগৰৰ প্ৰতিভাৱান বলাৰগৰাকীৰ উত্থানত অসম ক্ৰিকেটত যথেষ্ট আশাৰ সঞ্চাৰ হৈছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd