• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়ক জিগনেশ মেৱানিক গ্ৰেপ্তাৰ: প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ডঃ হীৰেন গোহাঁইয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 22, 2022 3:35 pm
263
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানিক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে সময়তে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়েও বিধায়ক জিগনেশ মেৱানিৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

এক বিবৃতিত ডঃ গোহাঁইয়ে কয়—’অসম আৰক্ষীৰ এটা দলে সুদূৰ গুজৰাটলৈ গৈ জিগনেশ মেৱানিক  গ্ৰেপ্তাৰ কৰাৰ ঘটনাই মোক হতভম্ব কৰিছে। আৰক্ষীয়ে কোনোবাই কাৰোবাৰ বিৰুদ্ধে ৰাজহুৱাকৈ তেওঁৰ প্ৰিয় নেতাৰ সম্পৰ্কে কটুক্তি কৰা বুলি এজাহাৰ দিলেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে নে?‌ তেনেহলে দেখোন‌ দৈনিক হেজাৰ-বিজাৰ মানুহ গ্ৰেপ্তাৰ হ’ব লাগিব। এগৰাকী বিশিষ্ট আইনবিদক সোধাত ক’লে যে এই অভিযোগত কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰি।

মেৱানিৰ উক্তিটোৱে অসম নালাগে ক’তো আইন-শৃঙ্খলা,শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা নাই। নিন্দাৰ পাত্ৰজন অৱশ্যে দেশৰ‌ প্ৰধানমন্ত্ৰী। কিন্তু এই উক্তিয়ে প্ৰধান‌ মন্ত্ৰী জনৰ কাম-কাজত বা কাৰ্যকৰী ক্ষমতা প্ৰয়োগত কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। তেন্তে এই গ্ৰেপ্তাৰৰ যুক্তি কি?  ই বাৰু বাকস্বাধীনতাৰ ওপৰত আৰক্ষী বা সমাজৰ কোনো বিশেষ মহলৰ অসঙ্গত আৰু অবৈধ অৱদমন‌ নুসূচায় নে? এনে ঘটনা গণতান্ত্ৰিক দেশৰ বাবে এক লজ্জাকৰ আৰু গৰ্হিত নজিৰ। মই বিশ্বাস কৰোঁ যে জিগনেশ মেৱানিক অবিলম্বে স-সন্মানে মুক্তি দিয়া উচিত’।

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd