• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোগী আদিত্যনাথে গঠন কৰিছে নতুন বাহিনী : এৰেষ্ট ৱাৰেন্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব যিকোনো ব্যক্তিক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 5:12 pm
Yogi-Adityanath-1200-1
510
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত গঠন কৰা হ’ব এক বিশেষ বাহিনী। এই বাহিনীয়ে লাভ কৰিব বিশেষ ক্ষমতা।

এই ক্ষমতা অনুসৰি বিশেষ বাহিনীটোৱে দণ্ডাধীশৰ নিৰ্দেশনা বা গ্ৰেপ্তাৰী পৰোৱানা নোহোৱাকৈ যিকোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰাৰ লগেত যিকোনো স্থানত চালাচী চলাব পাৰিব।

ইতিমধ্যে উত্তৰ প্ৰদেশ বিধান সভাৰ বৰ্ষাকালীন অধিৱেশনত এই সম্পৰ্কীয় আইন গৃহীত হৈ গৈছ বুলি জানিব পৰা গৈছে।

যোগী প্ৰশাসনৰ সূত্ৰ অনুসৰি অহা তিনি মাহৰ ভিতৰত বিশেষ নিৰাপত্তা বাহিনী(Special Security Force, SSF)টো গঠন কৰা হ’ব।

এই বাহিনীটোৰ হাতত কোনো এৰেষ্ট ৱাৰেন্ট নোহোৱাকৈ যিকোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ থাকিব। লগেত আৰু থাকিব যিকোনো স্থানত তালাচী চলোৱাৰ অধিকাৰ। ইয়াৰ বাবে বাহিনীটোৱে দণ্ডাধীশৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাথাকিব।

এক চৰকাৰীৰ সূত্ৰ জনাইছে যে এই বাহিনীটোক ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত মোতায়েন কৰা হ’ব।

বিভিন্ন আদালত, চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, মেট্ৰ’, বিমানবন্দৰ, বেংক, ডাঙৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আদিত SSFৰ জোৱান মোতায়েন কৰা হ’ব।

“এওঁলোকৰ হাতত বিশেষ ক্ষমতা থাকিব। ৰাজ্যৰ আদালতসমূহ ৰক্ষা কৰাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ভিত্তিত এই বিশেষ বাহিনীটো গঠন কৰা হৈছে।” ৰাজ্যখনৰ অতিৰিক্ত মুখ্য গৃহ সচিব অৱনীশ কুমাৰ অৱস্থিয়ে কয়।

জানিব পৰা মতে অহা ১৫ দিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ ডিজিপিক বাহিনীটোৰ সংক্ৰান্তীয় সমস্ত নিয়ম তৈয়াৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।

SSF নামৰ এই বাহিনীটোত পাঁচটা বেটেলিয়ন থাকিব আৰু প্ৰতিটো বেটেলিয়নতে ১৯১৩ গৰাকীকৈ জোৱান থাকিব। বাহিনীটো গঠনৰ বাবদ মুঠ ১৭৪৭ কোটি টকা খৰচ হ’ব বুলি জনাইছে উত্তৰ প্ৰদেশৰ চৰকাৰী সূত্ৰই।

ইফালে এই বাহিনীটো গঠনকলৈ তুমুল বিতৰ্কৰো সৃষ্টি হৈছে। যোগী চৰকাৰে নিজৰ সুবিধাৰ মতে এই বাহিনীটোক ব্যৱহাৰ কৰিব বুলিও বহুতে ধাৰণা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd