• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৰূপ দাসে গঢ়িলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ ৰেকৰ্ড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2020 4:37 pm

1 min read

arup-das

বেগী বলাৰ অৰূপ দাস

21k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ এখন মেচত অসম পৰাস্ত হ’লেও বেগী বলাৰ অৰূপ দাসে গঢ়িবলৈ সক্ষম হৈছে এক ৰেকৰ্ড।

প্ৰথম ইনিংছত চাৰিটা উইকেট লাভ কৰা অৰূপে দ্বিতীয় ইনিংছত লাভ কৰে দুটা উইকেট। ইয়াৰ লগে লগে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অসমৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী বলাৰত পৰিণত হয়।

বৰপেটাত জন্মগ্ৰহণ কৰা ক্ৰিকেটাৰগৰাকীয়ে মেচখনৰ তৃতীয় দিনা অৰ্থাৎ মঙলবাৰে এক বিশেষ কৃতিত্বৰ অধিকাৰী হয়।

ইয়াৰ পূৰ্বে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ ৰেকৰ্ড আছিল স্পীনাৰ অৰ্লেন কোঁৱৰৰ নামত। তেওঁ অসমৰ হৈ ৬৯ খন খেলত অংশ লৈ ২১২ টা উইকেট দখল কৰিছিল।

ঝাৰখণ্ডৰ বিৰুদ্ধে ২০১১ চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰা অৰূপে এই পৰ্যন্ত ৬০ খন মেচত অংশ লৈ ২১৩ টা উইকেট দখল কৰিছে।

উল্লেখ্য যে মেচৰ অন্তিম দিন অৰ্থাৎ আজি অসমে বেটিঙত চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দি মাত্ৰ ৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰি ২১৮ ৰানৰ বিশাল পৰাজয় স্বীকাৰ কৰে।

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd