• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2022 7:14 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰিহাবাৰীত অৱস্থিত আৰ্য হাস্পাতালক NABH (নেশ্যনেল এক্ৰিডিয়েশ্যন বোৰ্ড ফৰ হাস্পাতাল এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ)য়ে ইয়াৰ স্বীকৃতি কাৰ্যসূচীৰ অধীনত যোৱা ১১ মেত সম্পূৰ্ণ স্বীকৃতি প্ৰদান কৰে।

নেশ্যনেল এক্ৰিডিয়েশ্যন বোৰ্ড ফৰ হাস্পাতাল এণ্ড হেল্থকেয়াৰ প্ৰভাইডাৰ্ছ (NABH) হৈছে স্বাস্থ্যসেৱা সংগঠনবোৰৰ বাবে স্বীকৃতি কাৰ্যসূচী স্থাপন আৰু পৰিচালনা কৰিবলৈ ভাৰতীয় মানদণ্ড পৰিষদে গঠন কৰা এক পৰিষদ।

পৰিষদখন গ্ৰাহকসকলৰ বহুতো আকাংক্ষিত প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ তথা স্বাস্থ্য উদ্যোগৰ প্ৰগতিৰ বাবে এক মানদণ্ড নিৰূপণ কৰিবলৈ গঠন কৰা হৈছে।

Apply Now

উদ্যোগ, উপভোক্তা, চৰকাৰকে ধৰি সকলো অংশীদাৰৰ দ্বাৰা সমৰ্থিত পৰিষদখনৰ কাৰ্য পৰিচালনা সম্পূৰ্ণ স্বায়ত্তশাসিত।

NABH ইন্টাৰনেশ্যনেল ছচাইটি ফৰ কোৱালিটি ইন হেলথকেয়াৰ (lSQua)ৰ প্ৰতিষ্ঠানিক সদস্য। সেইদৰে, NABH ইন্টাৰনেশ্যনেল ছচাইটি ফৰ কোৱালিটি ইন হেলথকেয়াৰ (lSQua)ৰ স্বীকৃতি প্ৰদান পৰিষদৰ এক সদস্য। তদুপৰি, NABH এছিয়ান ছচাইটি ফৰ কোয়ালিটি ইন হেল্থকেয়াৰ (ASQua)ৰ বোৰ্ডতো আছে।

স্বাস্থ্যসেৱাৰ মানদণ্ড প্ৰদান আৰু NABHৰ দ্বাৰা নিৰ্ধাৰিত কঠিন মানদণ্ডৰ দ্বাৰা প্ৰয়োজন অনুসৰি ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰত্যাশিত NABHৰ স্বীকৃতি প্ৰদান কৰা আৰ্য হাস্পাতাল হৈছে অসমৰ ষষ্ঠখন হাস্পাতাল যাক ইণ্টাৰনেচনেল ছ’চাইটি ফৰ কোয়ালিটি ইন হেল্থকেয়াৰ (lSQua) আৰু এছিয়ান ছ’চাইটি ফৰ কোয়ালিটি ইন হেল্থকেয়াৰ (ASQua)ৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে।

আৰ্য হাস্পাতাল এতিয়া NABHৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত অসমৰ ষষ্ঠখন হাস্পাতাল হিচাপে উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে পৰিচিত গুৱাহাটীৰ স্বাস্থ্যখণ্ডৰ বাবে এক উৎসাহজনক খৱৰ হৈ পৰিছে।

অসমৰ ছয়খন স্বীকৃত হাস্পাতালেই ব্যক্তিগত খণ্ডৰ হাস্পাতাল। ৰাজ্যখনত ১৮০০তকৈও অধিক ব্যক্তিগত হাস্পাতাল আছে।

অসমৰ NABHৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত আন হাস্পাতালকেইখন হৈছে ডাউন টাউন হাস্পাতাল, নাৰায়ণ হৃদয়ালয় গুৱাহাটী, হেল্থ চিটি, জিএনআৰচি, উত্তৰ গুৱাহাটী আৰু যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd