• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আতংকৰ কাৰণ নাই; ভাৰতত সাজু আছে ১.০৫ লাখ বিচনা, ৬০১ ক’ভিড-১৯ চিকিৎসালয়

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 12, 2020 10:09 pm

1 min read

5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

989
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে দেওবাৰে কয় যে ক’ভিড-১৯ক লৈ দেশবাসী আতংকিত হোৱাৰ কাৰণ নাই আৰু চৰকাৰৰ হাতত চিকিৎসাৰ বাবে পৰ্য্যাপ্ত সম্পদ আছে।

মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে সদৰী কৰে যে আজিৰ তাৰিখত দেশত ৮৩৫৬ গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী আছে।

তেওঁ কয় তাৰে ১৬৭১ গৰাকী ৰোগীক অক্সিজেন আৰু ক্ৰিটিকেল কেয়াৰ চিকিৎসাৰ প্ৰয়োজন।

কিন্তু দেশত বৰ্তমান ৬০১খন কেৱল ক’ভিড-১৯ চিকিৎসালয় আৰু ১.০৫লাখ বিচনা সাজু হৈ আছে।

বিপৰীতে যোৱা ২৯ মাৰ্চত ভাৰতত আছিল ৯৭৯গৰাকী ৰোগী, কিন্তু বিচনাৰ সংখ্যা আছিল প্ৰায় ৪২,০০০ খন। তেতিয়া ১৯৬ গৰাকী ৰোগীক ক্ৰিটিকেল কেয়াৰৰ প্ৰয়োজন হৈছিল।

তেওঁ আশ্বাস দিয়ে যে উৎসৰ্গিত ক’ভিড চিকিৎসালয় আৰু আইছ’লেচন বেডৰ ক্ষমতা বঢ়োৱাৰ বাবে চৰকাৰে পৰ্য্যাপ্ত ব্যৱস্থা হাতত লৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৯০৯গৰাকী নতুন ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে, মৃত্যু হৈছে ৩৪ গৰাকীৰ।

কিন্তু ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত ৭৪ গৰাকী আৰু মুঠ ৭১৬ গৰাকী ৰোগী আৰোগ্য হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd