• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মোডী-অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ অনা অশোক লাভাছাই এৰিব নিৰ্বাচন আয়োগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 15, 2020 8:11 pm

1 min read

hqdefault
548
VIEWS
Share on FacebookShare on Twitter

এজন কাকো খাটিৰ নকৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। নাম তেওঁৰ অশোক লাভাছা।

বিগত লোক সভাৰ নিৰ্বাচনৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বৰ্তমানৰ কেন্ত্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ভাৰতৰ নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই অৱশেষত নিৰ্বাচন আয়োগ ত্যাগ কৰিব।

ভাৰতৰ দুজন নিৰ্বাচন আয়ুক্তৰ ভিতৰৰে এজন অশোক লাভাছা দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাটো নিশ্চিত আছিল যদিও কাৰ্যকাল দুবছৰ বাকী থাকোতেই লাভাছাই  পদত্যাগৰ কথা ঘোষণা  কৰে।

নিৰ্বাচন আয়োগৰ পৰা পদত্যাগ কৰাৰ পিছত লাভাছাই এছিয়ান ডেভেলপমেন্ট বেংকৰ ভাইচ প্ৰেছিডেন্ট হিচাবে যোগাদান কৰিব বুলি জনা গৈছে।

১৯৮০ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ হাৰিয়ানা কেডাৰৰ বিষয়া অশোক লাভাছাই পূৰ্বে বিত্ত দপ্তৰৰ সচিব হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল।

মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ অনাৰ পিছত তেওঁৰ ওপৰত বিভিন্ন জনে হেঁচা প্ৰয়োগ কৰিছিল যদিও তেওঁ নিজৰ স্থিতিতে অটল হৈ আছিল।

দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাবে নিযুক্ত হোৱাটো নিশ্চিত হৈ থকাৰ পিছতো তেওঁ কিয় নিৰ্বাচন আয়োগ এৰিবলৈ ওলাইছে সেয়া বহুতৰে বাবে সাঁথৰ হৈ পৰিছে।

উল্লেখ্য ভাৰতবৰ্ষত এজন মুখ্য নিৰ্বাচন আয়ুক্ত থকাৰ লগতে দুজন নিৰ্বাচন আয়ুক্ত থাকে। তাৰে এজন আছিল অশোক লাভাছা ।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd