• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘণ্টাত ১৫৪ কিলোমিটাৰ গতি! ছিজনৰ আটাইতকৈ দ্ৰুততম বলটো কৰি নায়ক গুজৰাট টাইটানছৰ বলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:34 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাট টাইটানছৰ যুৱ পেচাৰ অশোক শৰ্মাই বৰ্তমানৰ আই পি এলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ঘণ্টাত ১৫৪.২ কিলোমিটাৰ বেগত দুৰ্দান্ত ডেলিভাৰী—যিটো এতিয়ালৈকে ছিজনৰ আটাইতকৈ দ্ৰুত বল। ৰাজস্থান ৰয়েলছৰ ধ্ৰুৱ জুৰেলক লক্ষ্য কৰি তেওঁ বল কৰা ইয়ৰ্কাৰেই তেওঁক আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আনে।

১৬ নং অভাৰৰ শেষৰটো বল। অশোকৰ হাতৰ পৰা ৰকেট স্পীডত ইয়ৰ্কাৰ এটা ওলাই আহিল। স্পীড গানত ভাঁহি উঠিল—ঘণ্টাত ১৫৪.২ কিলোমিটাৰ! বৰ্তমান আই পি এলৰ ১৯ সংখ্যক সংস্কৰণৰ আটাইতকৈ বেগী ডেলিভাৰী। ইয়াৰ পূৰ্বে এনৰিচ নৰ্টজে এক নম্বৰত আছিল। গতিবেগ আছিল ১৫০.৯ কিলোমিটাৰ প্ৰতি ঘণ্টাত। সেই অভিলেখ ভংগ কৰিলে অশোকে।

Apply Now

কেৱল সেয়াই নহয়, আই পি এলৰ ইতিহাসত দ্ৰুততম ডেলিভাৰীৰ তালিকাতো তেওঁ স্থান লাভ কৰে। এই ডেলিভাৰী সৰ্বকালৰ তালিকাত ছয় নম্বৰত আছে।

স্পীড লিষ্টত ক‘ত আছে অশোক?

আই পি এলত দ্ৰুততম ডেলিভাৰীৰ তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়াৰ ছিমাৰ শ্বাউন টেইট। ২০১১ চনত তেওঁৰ ১৫৭.৭ কিলোমিটাৰ গতিৰ অভিলেখ কোনেও ভংগ কৰা নাই। তাৰ পিছত লকি ফাৰ্গুচন, উমৰাণ মালিক, মায়ংক যাদৱ। ভাৰতীয়ৰ ভিতৰত উমৰাণৰ হাতত সৰ্বাধিক গতিৰ বল আছে – ১৫৭ কি.মি.। অশোকৰ ১৫৪.২ কিলোমিটাৰ হয়তো সেই উচ্চতা স্পৰ্শ কৰা নাই। তথাপিও অভিজাত তালিকাত প্ৰৱেশ কৰাটো এজন উদীয়মান বলাৰৰ কেৰিয়াৰৰ এক ডাঙৰ মুহূৰ্ত হ’ব পাৰে। বিশেষকৈ যেতিয়া তেওঁ ডাঙৰ প্লেটফৰ্মত যাত্ৰা মাত্ৰ আৰম্ভ কৰিছে।

কেৱল গতিয়েই নহয়,  প্ৰদৰ্শনৰ ধাৰাবাহিকতাও আছে

শনিবাৰে অশোকে অৱশ্যে এটা বলতে ৰৈ নাথাকিল। সমগ্ৰ সময়ছোৱাত তেওঁ ১৪৫ কিলোমিটাৰৰ ওপৰত ধাৰাবাহিকভাৱে বলিং কৰিছিল। একেটা অভাৰতে দুবাৰকৈ ১৫০ গতি স্পৰ্শ কৰিছে। কেৱল ‘এক্সপ্ৰেছ পেচ’ নহয় – অশোকৰ ছন্দও শক্তিশালী। তেওঁ ৪ অভাৰ বলিং কৰি ৩৭ ৰানত ১ টা উইকেট দখল কৰে। তেওঁৰ গতিৰ বলিৰ নামটোৱেও গৌৰৱ জগাই তুলিব – শ্বিমৰন হেটমায়াৰ!

ইয়াৰ পূৰ্বে চৈয়দ মুস্তাক আলী ট্ৰফীত নিজৰ ভাল প্ৰদৰ্শনৰ বাবে আই পি এলত সুযোগ লাভ কৰিছিল। গ্ৰেণ্ড নিলামত গুজৰাটে তেওঁক ৯০ লাখ টকাত স্বাক্ষৰ কৰিছিল। এতিয়া সেই বিনিয়োগে ফল দিছে। তেওঁ কেৱল এখন মেচতে আলোচনাৰ মুখ নহয়… গতি, ধাৰাবাহিকতা, আত্মবিশ্বাস – এই তিনিটা মন্ত্ৰৰ ভিত্তিত আই পি এলৰ সন্মুখৰ শাৰীলৈ উঠি আহিছে অশোক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd