• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ ভাৰত-পাক যুঁজ! ঘোষিত হ’ল এছিয়া কাপৰ সূচী, ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2022 11:47 am
India vs Pakistan Asia Cup
137
VIEWS
Share on FacebookShare on Twitter

পুনৰ এবাৰ ক্ৰিকেটপ্ৰেমীৰ সমুখত ভাৰত-পাকিস্তান মেচৰ উপভোগৰ সুযোগ। পুনৰ এবাৰ ক্ৰিকেট জগতৰ এই হাইপ্ৰফাইল যুঁজ উপভোগ কৰিব বিশ্বৰ অগণন ক্ৰিকেটপ্ৰেমীয়ে।

অহা ২৮ আগষ্টত এছিয়া কাপৰ গ্ৰুপ মেচত প্ৰতিদ্বন্দীৰূপে অৱতীৰ্ণ হ’ব দুই ক্ৰিকেট মহাশক্তি।

মঙ্লবাৰে এছিয়ান ক্ৰিকেট পৰিষদে আগন্তুক এছিয়া কাপ ২০২২ ৰ সময়সূচী ঘোষণা কৰে। এছিয়ান ক্ৰিকেট শক্তি সমূহৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২৭ আগষ্টত আৰম্ভ হ’ব আৰু ১১ ছেপ্টেম্বৰত অন্ত পৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এছিয়ান ক্ৰিকেট পৰিষদে এছিয়া কাপ শ্ৰীলংকাৰ পৰিৱৰ্তে ইউ.এ.ই.ত আয়োজন কৰিব বুলি ঘোষণা কৰিছিল।

শ্ৰীলংকাত দেখা দিয়া অৰ্থনৈতিক তথা ৰাজনৈতিক সংকটৰ বাবে প্ৰতিযোগিতাখন দ্বীপৰাষ্ট্ৰখনৰ পৰা বাতিল কৰা হয়।

পাকিস্তানৰ বিৰুদ্ধে মেচখনৰ জৰিয়তে ভাৰতে এছিয়া কাপ অভিযান আৰম্ভ কৰিব। এই মেচখনৰ পিছত ভাৰত ৩১ আগষ্টত কোৱালিফায়াৰৰ দলটোৰ বিৰুদ্ধে মুখামুখি হ’ব।

The wait is finally over as the battle for Asian supremacy commences on 27th August with the all-important final on 11th September.

The 15th edition of the Asia Cup will serve as ideal preparation ahead of the ICC T20 World Cup. pic.twitter.com/QfTskWX6RD

— Jay Shah (@JayShah) August 2, 2022

গ্ৰুপ পৰ্যায়ৰ মেচৰ পিছত দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটাকৈ দলে চুপাৰ ৪ পৰ্যায়লৈ উন্নীত হ’ব আৰু ইয়াত জয়ী হোৱা দল দুটাই ১১ ছেপ্টেম্বৰত ফাইনেলত অৱতীৰ্ণ হ’ব।

প্ৰতিযোগিতাখনৰ গ্ৰুপ এ- ত স্থান লাভ কৰিছে ভাৰত আৰু পাকিস্তানে। আনহাতে ইউ এ ই, কুৱেইট, ছিংগাপুৰ আৰু হংকঙৰ মাজত হ’বলগীয়া কোৱালিফায়িং যুঁজত জয়ী হোৱা দলটোৱে গ্ৰুপ এত স্থান লাভ কৰিব।

ইফালে গ্ৰুপ বি- ত স্থান দিয়া হৈছে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd