• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লক্ষ্য সজাগতা বৃদ্ধি আৰু নিযুক্তি: এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰে এছিয়াৰ প্ৰথমখন কেফে মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2022 5:41 pm
Asia's first cafe with all HIV positive staff
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাত মুকলি কৰা হৈছে এখন বিশেষ কেফে। এই কেফেখন পৰিচালনা কৰা সকলো কৰ্মচাৰীয়েই এইচ.আই.ভি পজিটিভ। এইদৰে এই কেফেখন এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত এছিয়াৰ প্ৰথমখন কেফে হিচাপে পৰিগণিত হৈছে।

‘কেফে পজিটিভ’ নামৰ এই কেফেখনৰ উদ্দেশ্য হৈছে এইচ.আই.ভি সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু এইচ.আই.ভি পজিটিভ লোকসকলৰ বাবে নিযুক্তি সৃষ্টি কৰা।

Apply Now

‘কেফে পজিটিভ’ত মুঠ ৭ জন কৰ্মচাৰী আছে। এই আটাইকেইজন কৰ্মচাৰী এইচ.আই.ভি. পজিটিভ।

কেফেখনৰ গৰাকী কল্লোল ঘোষে আনন্দঘৰ নামৰ এটা বেচৰকাৰী সংগঠনো প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটোৱে মানসিকভাৱে অসুস্থ শিশু আৰু এইচ.আই.ভি পজিটিভ লোকৰ বাবে কাম কৰে।

ঘোষে জানিবলৈ দিয়া মতে তেওঁ ফ্ৰেংকফুর্টৰ এখন কেফেৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। এই কেফেখন সম্পূৰ্ণৰূপে এইচ.আই.ভি পজিটিভ লোকৰ দ্বাৰা পৰিচালিত হৈছিল।

“শিশু ন্যায় আইন অনুসৰি ১৮ বছৰ বয়সৰ পিছত তেওঁলোক শিশুগৃহত থাকিব নোৱাৰে। এই শিশুসকল ক’লৈ যাব? তেওঁলোকক নিযুক্তিৰ প্ৰয়োজন।”— ঘোষে কয়।

ঘোষে জানিবলৈ দিয়ে যে তেওঁ প্ৰথমবাৰৰ বাবে ২০১৮ চনত এখন কেফে খুলিছিল আৰু এতিয়া এই ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। ঘোষে লগতে কয় যে তেওঁ পূৱ ভাৰতত ৩০ খন এনে ধৰণৰ কেফে মুকলি কৰাৰ পৰিকল্পনা কৰিছে আৰু প্ৰশিক্ষণৰ বাবে ৮০০ জন লোকক বাচনি কৰিছে।

অৱশ্যে, ঘোষে কৈছিল যে কেফেখনৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া সদায়ে ইতিবাচক নহয়। “কিছুমান লোকে কৰ্মচাৰীসকল এইচ.আই.ভি. পজিটিভ বুলি জানিব পাৰিলে অস্বস্তিত পৰে। আমি তেওঁলোকক সকলো কথা বুজাই দিওঁ। বুজি পোৱা অধিক সংখ্যক লোক কেফেত থাকে যদি, কিছুমানে ওলাই যায়।”— ঘোষে কয়।

ঘোষে লগতে কয় যে আৰম্ভণিতে কেফেখনৰ প্ৰতি চুবুৰীয়া মানুহৰ এটা ঋণাত্মক ধাৰণা আছিল। কিন্তু সোনকালেই উপলব্ধি কৰিছিল যে এইচ.আই.ভি. পজিটিভ লোকসকল আন সকলো মানুহৰ দৰেই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd