DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব পৰিবেশ দিৱসৰ দিনা বজালীত এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষৰ ২০৮ বছৰীয়া জন্মদিন উদযাপন

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 5, 2020 4:47 pm
6.4k
VIEWS
Share on FacebookShare on Twitter

আজি ৫ জুন বিশ্ব পৰিবেশ দিৱস । আজিৰ এই দিনটোতে বজালী মহকুমাৰ জালিখাটা কলিবাৰী শিৱ থানত থকা এজোপা বটবৃক্ষৰ ২০৮ বছৰীয়া জন্মদিন পালন কৰা হয়।

এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ গছ হিচাপে স্বীকৃতি লাভ কৰা এইজোপা বটবৃক্ষক লৈ গৌৰবান্বিত সমগ্ৰ বজালীবাসী ।

বিগত বৰ্ষত আজিৰ বিশ্ব পৰিবেশ দিৱসৰ দিনাই ৬০ কেজি ওজনৰ কেক কাতি গছজোপাৰ জন্মদিন উদযাপন কৰিছিল থান পৰিচালনা সমিতিয়ে কিন্তু এইবেলি ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বাবে অনুষ্টুপিয়াকৈ গছজোপাৰ ২০৮ বছৰীয়া জন্মদিন পালন কৰা হয় ।

কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰদেৱে অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ মাজত ২০০টা গছপুলি বিতৰণ কৰে।

আনহাতে, অনুষ্ঠানত খাটনিয়াৰদেৱে এই আপুৰুগীয়া গছজোপাক পোক-পৰুৱাৰ পৰা ৰক্ষণাবেক্ষণ সন্দৰ্ভত তথা নিচেই কাষেৰে বৈ থকা কালদিয়া নৈয়ে কঢ়িয়াই অনা ভাবুকিস্বৰূপ গৰাখহনীয়া ৰোধ কৰাকে ধৰি বহুতো গুৰুত্বপূৰ্ণ কথা ৰাইজৰ লগত আলোচনা কৰি সমস্যাসমূহ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দৃষ্টিগোচৰ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd