DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেৱানিৰ গ্ৰেপ্তাৰ আইনৰ শাসনৰ পৰিপন্থী : অসম নাগৰিক সমাজ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 22, 2022 7:04 pm
গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক
214
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে টুইট কৰাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা বিধায়ক জিগনেছ মেৱানীক সাধাৰণ চোৰ-ডকাইতৰ দৰে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে অসম নাগৰিক সমাজে।

অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা, উপ- সভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে স্বাক্ষৰ কৰা এক বিবৃতিত মেৱানীৰ গ্ৰেপ্তাৰক আইনৰ শাসনৰ পৰিপন্থী কথা বুলি উল্লেখ কৰা হৈছে।

বিবৃতিটোত এনেদৰে কোৱা হৈছে—’গুজৰাটৰ ভদগাম সমষ্টিৰ নিৰ্দলীয় এম এল এ জিগনেছ মেৱানিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা এটা সাধাৰণ টুইটক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে কেতবোৰ মনেসজা অভিযোগত কোকৰাঝাৰ থানাত দিয়া এখন এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ পুলিচৰ এটা দলে গুজৰাটলৈ গৈ মেৱানিক গ্ৰেপ্তাৰ কৰি আনি সম্প্ৰতি কোকৰাঝাৰৰ জেল হাজোতত ৰাখিছে৷ এই গোটেই কথাটোত আমি হতবাক হৈছোঁ৷ কোনোবাই প্ৰতিশোধ পৰায়ণ হৈ বা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাৰ বিৰুদ্ধে পুলিচ থানাত এজাহাৰ এখন দিলেই তাৰ আইনী দিশবোৰ ভালদৰে বিবেচনা নকৰাকৈ অভিযুক্ত ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাটো কেনে কথা?তাতে ব্যক্তি গৰাকী যদি এজন ৰাইজৰ প্ৰতিনিধি হয়! ই আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী কথা নহয়নে? আমাৰ দেশত মানুহৰ বাকস্বাধীনতা আছেনে নাই? দেশৰ পুলিচ প্ৰশাসন কোন পথে গতি কৰিছে? অসম নাগৰিক সমাজৰ তৰফৰ পৰা আমি এই গ্ৰেপ্তাৰৰ ঘোৰ নিন্দা কৰিছোঁ আৰু অতি শীঘ্ৰে জিগনেছ মেৱানিক মুক্তি দিবলৈ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ’।

Recent News

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd