• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধলা কাণ্ডৰ তদন্তৰ আওতালৈ অনা হওক ‘নিব্বাছ’ নামৰ সংগঠনটোক : অসম সংগ্ৰামী মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 11, 2018 5:17 pm
subudh

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ধলা-শদিয়া কাণ্ডৰ তদন্তৰ আওতালৈ অনা হওঁক ‘নিব্বাছ’ নামৰ সংগঠনটোক’- শনিবাৰে অসম সংগ্ৰামী মঞ্চৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই দাবী জনায় অসম সংগ্ৰামী মঞ্চৰ ৰাজ্যিক সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।

তেওঁ লগতে কয়, ‘’ৰাজ্য কঁপাই যোৱা চিলাপথাৰ কাণ্ডৰ অন্যতম অভিযুক্তদ্বয় ক্ৰমে সুবোধ বিশ্বাস আৰু সুভাষ বিশ্বাসৰ বিৰুদ্ধে ৰুজু হোৱা অবৈধ মৰণাস্ত্ৰ ও মানৱ সৰবৰাহৰ গোচৰটোৱে প্ৰমাণ কৰিলে ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনে দাবী কৰি অহা বিষয়টোৰ সত্যতা।‘’

Apply Now
ecb6a3a7-f783-43de-bd76-a7ef69ab9a51
শনিবাৰে অসম সংগ্রামী মঞ্চৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

বেজবৰুৱাই লগতে কয় যে কলকাতাত গ্ৰেপ্তাৰ হোৱা অনিল শ্বাহ নামৰ এজন অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত অসমত আহি উপস্থিত হোৱা কলকাতা আৰক্ষীয়ে কালি নিব্বাছৰ বিতৰ্কিত নেতা সুভাষ বিশ্বাসক আটক কৰা বিষয়টোৱে স্পষ্ট কৰি দিছে যে অসমত ঘটি থকা ঘটনাসমূহৰ আঁৰত পশ্চিমবংগ আৰু উত্তৰ-প্ৰদেশৰ দৰে ঠাইসমূহৰ ব্যক্তি আৰু সংগঠন জড়িত হৈ আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, বেজবৰুৱাই সন্দেহ কৰি কয় ‘যিহেতু মৰাণস্ত্ৰ সৰবৰাহ কৰাৰ বিষয়টো এইক্ষেত্ৰত জৰিত হৈ আছে,’ সেয়েহে সুবোধ বিশ্বাস নেতৃত্বাধীন ‘নিব্বাছ’ নামৰ সংগঠনটোৰ সকলো সদস্যকে তিনিচুকীয়া ধলা কাণ্ডৰ তদন্তৰ আওতালৈ আনিব লাগে।‘

তদুপৰি, অসম সংগ্ৰামী মঞ্চই আলোচনাপন্থী আলফা নেতা প্ৰবাল নেওগ আৰু বিভিন্ন জাতীয় দল-সংগঠনে বিতৰ্কিত বিধায়ক শিলাদিত্যকে ধৰি সুবোধ বিশ্বাস আৰু অন্য নেতাসকলৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু কৰা গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে, সেই কথা গৃহ বিভাগে ৰাজহুৱা কৰিব লাগে বুলি দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd