• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ সমষ্টিৰ উন্নয়নৰ খতিয়ান লবলৈ কৃষি মন্ত্রী অতুল বৰাৰ বিভাগীয় বৈঠক; ল’কডাউনত কৃষকৰ ক্ষতিপুৰণ আদায় দিবলৈ নিৰ্দেশ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , May 2, 2020 7:10 am

2 min read

নিজ সমষ্টিৰ উন্নয়নৰ খতিয়ান লবলৈ কৃষি মন্ত্রী অতুল বৰাৰ বিভাগীয় বৈঠক; ল’কডাউনত কৃষকৰ ক্ষতিপুৰণ আদায় দিবলৈ নিৰ্দেশ
8k
VIEWS
Share on FacebookShare on Twitter

নিজৰ সমষ্টিৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান লবলৈ কৃষি মন্ত্ৰী অতুল বৰাই ১ মে’ ত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত অংশগ্ৰহণ কৰে।

সামাজিক দুৰত্ব মানি অনুষ্ঠিত হোৱা বৈঠকত কৃষি, পশু-পালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰীকৰি, গড়কাপ্তানী , জলসম্পদ, বিদ্যুৎ আদি বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান লয় মন্ত্ৰী গৰাকীয়ে।

বৈঠকত অতুল বৰাই মহকুমা কৃষি বিভাগৰ পৰা ল’কডাউনৰ সময়ছোৱাত বোকাখাত মহকুমাত কৃষিক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্রস্ত কৃষকৰ ক্ষয়-ক্ষতিৰ সঠিকভাবে মূল্যায়ন কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্রী গৰাকীয়ে কৃষিবিভাগক কৃষকসকলক পটল, বেঙেনা, জলকীয়া, জিকা আদি খেতিৰ বাবে উৎসাহ যোগাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ছোৱাত মুখ্য মন্ত্রী কৃষি সা-সজুলি আৰু প্রধানমন্ত্রী কিষান নিধি আঁচনিৰ অধীনত বোকাখাতৰ কৃষকৰ  মাজত ২৫ কোটি ১৮ লাখ ১২ হাজাৰ টকা বিতৰণ কৰা হৈছে বুলি মহকুমা প্ৰশাসনে বৈঠকত জানিবলৈ দিয়ে।

মন্ত্ৰী বৰাই পশু-চিকিৎসা বিভাগৰ বিষয়াৰ সৈতে বৰ্তমান সময়ত দেখা দিয়া গাহৰিৰ স্বোৱাইন ফিভাৰ সন্দৰ্ভত বিতংভাবে আলোচনা কৰি বোকাখাতৰ গাহৰি পালন কৰা অঞ্চল সমূহত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লবলৈ আৰু নিয়মিত ভাৱে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

বৈঠকত বোকাখাতৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্র মোদী, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত খনিন্দ্র দাস, বোকাখাতৰ ৰাজহচক্ৰ বিষয়া মানস জ্যোতি নাথ উপস্থিত থাকে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd