• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব এজেপি, এএছডিচিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 11:11 pm
Assam: AJP, ASDC to contest Assembly polls together
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱগঠিত অসম জাতীয় পৰিষদে এ এছ ডি চি (Autonomous State Demand Committee)ৰ সৈতে একেলগে আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

সকলো আঞ্চলিক শক্তিক একগোট কৰাৰ বাবে পৰিষদে লোৱা উদ্যোগৰ অংশ হিচাপে দুয়োটা দলে দেওবাৰে এইক্ষেত্ৰত সহমতত উপনীত হৈছে।

Apply Now

সিদ্ধান্ত অনুসৰি এ এছ ডি চিয়ে হাওৰাঘাট, বোকাজান, ডিফু, বৈঠালাংছু আৰু হাফলং বিধান সভা সমষ্টিত এ জে পিৰ সমৰ্থনত প্ৰাৰ্থী দিব।

এ জে পিৰ আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত দুয়োটা দলৰ নেতৃত্বই সংবাদমেলযোগে এই কথা ঘোষণা কৰে।

এ এছ ডি চিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে কাৰ্বি আংলং আৰু ডিমা হাচাওত বিজেপি আৰু কংগ্ৰেছ দুয়ো দলকে পৰাজিত কৰাৰ বাবে আমি আগন্তুক নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

তেওঁ লগতে কয় যে এই মাটিত ৰাষ্ট্ৰীয় দলৰ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে দল দুটাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ কয় যে এই সহমতৰ জৰিয়তে কাৰ্বি আংলঙত অনা-কাৰ্বি লোকসকলৰ অধিকাৰ নিশ্চিত কৰিবও খোজা হৈছে।

আনহাতে এ জে পিৰ সমন্বয়ক অদীপ ফুকনে কয় যে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ এক মহাজোঁট গঠনৰ বাবে দলটোৱে অসমৰ সকলো জনজাতীয় ৰাজনৈতিক শক্তিৰ সৈতে সহমতত উপনীত হোৱাৰ বাবে কাম কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 25, 2026 10:51 am
ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

ৰাজীৱক প্ৰথম লগ পোৱা সেই ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ! ছোনিয়াৰ স্মৃতিৰ ঠিকনাত এতিয়া কি আছে?

October 25, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm
SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

SIRৰ বিৰুদ্ধে নাগৰিক সমাজৰ প্ৰতিবাদ; হায়দৰাবাদত মানৱ শৃংখলত ভাগ ল’লে অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে

October 25, 2026 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd