• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত মৃত্যু হৈছে ২৫০০ গাহৰিৰ, সহায়ৰ বাবে টল ফ্ৰী নম্বৰ মুকলি

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , May 3, 2020 10:53 pm

2 min read

983
VIEWS
Share on FacebookShare on Twitter

অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই দেওবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত সংবাদমেল আয়োজন কৰে৷

আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত এই সংবাদমেলত মন্তব্য কৰি  মন্ত্ৰী গৰাকীয়ে কয় যোৱা দিন কেইটাত ২৫০০ গাহৰি মৃত্যু হৈছে৷

“মুকলিকৈ পালন কৰা গাহৰিহে মৃত্যু মুখত পৰিছে৷ সেয়েহে মুকলিকৈ পালন কৰা গাহৰি পালক সকলৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন৷ মুকলিকৈ পালন কৰিব নোৱাৰিব গাহৰি,” তেওঁ কয়৷

গুৰুত্বপূৰ্ণ যে এই ৰোগবিধৰ পৰা গাহৰি কেনেকৈ বচাব পাৰি তাক লৈ আজি আলোচনা কৰা হয় খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত৷

“যিকেইটা গাহৰি এই ৰোগত আক্রান্ত হ‘ব সেইকেইটাক বেলেগকৈ ৰখা হ‘ব। ১০ কি:মি: ব্যাসাৰ্ধত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম যাতে সংক্ৰমণ হোৱা এলেকাৰ পৰা অহা লোকে দানা–পানী নিদিয়ে বা কোনো কিনা বেচা নহয় ৷ ৩০৬খন গাঁৱৰ গাহৰিৰ চেম্পল পঠিওৱা হৈছিল,” জনায় মন্ত্ৰী অতুল বৰাই৷

তেওঁ কয় যে যি ঠাইত এনে গাহৰিৰ গাত এই ভাইৰাছ ধৰা পৰা নাই সেইবোৰ গাহৰি খাব পাৰিব৷

চুবুৰীয়া ৰাজ্যই যাতে ব্যৱস্থা লয় তাৰ বাবেও আহ্বান জনোৱাৰ লগতে আলোচনা শীঘ্ৰে কৰিব বুলিও স্পষ্টকৈ ক’লে মন্ত্ৰী অতুল বৰাই।

যিকোনো সহায়ৰ বাবে টোল ফ্ৰী নং ১৯৬২ত যোগাযোগ কৰিব পাৰিব৷

ক্লাচিকেল চোৱাইন ফিভাৰৰ ভেকচিন বৰ্তমান বন্ধ কৰা হৈছে বুলি জনাই মন্ত্ৰী গৰাকীয়ে কয়, “সদ্যহতে সংক্ৰমিত গাহৰি মাৰি পেলোৱাৰ সিদ্ধান্তটো পৰিহাৰ কৰিছো।”

আনহাতে শেহতীয়াভাৱে পঠোৱা কামৰূপৰ গড়চুকৰ গাহৰিৰ চেম্পল আফ্ৰিকান ছোৱাইন ফিভাৰৰ  ভাইৰাচ পজিটিভ ওলাইছে বুলি তেওঁ জনায়।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd