• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটত বিজেপি কাৰ্যালয়ত আক্ৰমণ; জ্বলাই দিলে বেনাৰ,প’ষ্টাৰ, সৰ্বানন্দ সোণোৱালৰ ফটো

গুৰিয়াই গুৰিয়াই ভাঙিল কাৰ্য্যালয়ৰ গেইট; 'অসমীয়াৰ তেজখোৱা সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ' ধ্বনি প্ৰতিবাদকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2019 9:55 am
Golaghat BJP

বন্ধৰ সমৰ্থকে গোলাঘাট বিজেপিৰ কাৰ্য্যালয়ৰ বেনাৰ, পোষ্টাৰ, সৰ্বানন্দৰ ফটো জ্বলাই দিয়াৰ দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমক পুনৰ অসম আন্দোলনৰ দৰে পৰিস্থিতিৰ মাজলৈ টানি নিবলৈ গৈ আছে নেকি? আজি অসম বন্ধৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এই প্ৰশ্ন উঠিছে। বিধেয়কখনৰ বিৰোধিতাত আজি আছু, নেছ’ তথা ৩০টা জনগোষ্ঠীয় সংগঠনে আহ্বান দিয়া অসম বন্ধত বিভিন্ন ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।

গোলাঘাটত বন্ধৰ সমৰ্থকে বিজেপি কাৰ্যালয়ত আক্ৰমণ কৰাৰ লগতে কাৰ্যালয়ত চৌহদত থকা বেনাৰ,প’ষ্টাৰ ফালি সেইবোৰত জুই লগাই দিয়ে। এসময়ত আছুৱেই জাতীয় নায়কৰ সন্মান দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোও জ্বলাই প্ৰতিবাদকাৰীসকলে।

Apply Now

প্ৰতিবাদকাৰীসকলে প্ৰথমে বিজেপি গ’ বেক ধ্বনি দি গোলাঘাট জিলাৰ বিজেপিৰ কাৰ্য্যালয় অভিমুখে অগ্ৰসৰ হয়। তাৰ পাছত গুৰিয়াই গুৰিয়াই গেইটখন ভাঙি সোমাই যায় আৰু বেনাৰ, পোষ্টাৰৰ লগতে মুখ্য মন্ত্ৰীৰ ফটো নমাই আনি জ্বলাই দিয়ে। কাৰ্য্যালয়টোৰ আচবাবো ভাঙি চূড়মাৰ কৰে।

প্ৰতিবাদকাৰীসকলে ‘অসমীয়াৰ তেজখোৱা সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ’ ধ্বনি দিয়ে।

‘মই আহি এইবোৰ জ্বলি থকাহে দেখা পালো। কোন কোন আছিল নেদেখিলো। কিন্তু কাৰ্য্যালয়টো সেই সময়ত খোলা আছিল। এজন নিৰাপত্তাৰক্ষীও আছিল।’ অলপ পিছতে কাৰ্য্যালয়টোত উপস্থিত হোৱা এজন বিজেপিৰ কৰ্মকৰ্তাই সাংবাদিকক কয়।

উল্লেখযোগ্য যে ৭ জানুৱাৰিত বিধেয়কখনৰ সপক্ষে জেপিচিয়ে প্ৰতিবেদন দিয়াটো নিশ্চিত হোৱাৰ পিছতে আছু, নেছ’ আৰু ৩০ জনগোষ্ঠীয় সংগঠনে অসম বন্ধৰ লগতে সমগ্ৰ উত্তৰ-পূব বন্ধ দিছিল।

আনহাতে দুদিন পূৰ্বে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্য্যালয়কে ঘেৰাও কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে ক্ষুভিত হৈ থকা বহু সংখ্যক নাগৰিকে, য’ত সৰহভাগেই আছিল মহিলা।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd