• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বন্ধ : অখিল গগৈ, জীতেন দত্ত আৰু আজিজুৰ ৰহমানৰ বিৰুদ্ধে ৰামসেনাৰ গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 24, 2018 10:19 pm
Akhil, Jiten, Ajijur
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত প্ৰায় অৰ্ধশতাধিক জাতীয় সংগঠনে মঙলবাৰে দিয়া অসম বন্ধক নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, আলফা নেতা জীতেন দত্ত আৰু আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ বিৰুদ্ধে ৰাম সেনা নামৰ এক সংগঠনে আজি দিচপুৰ থানাত এক গোচৰ ৰুজু কৰে।

ৰামসেনাই তিনিও গৰাকী নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২ ধাৰাৰ অধীনত আদালতৰ অৱমাননা কৰা আৰু ৪২৭, ৩৯২ আৰু ৩৪ ধাৰাৰ অধীনত ৰাজহুৱা সম্পত্তি নষ্ট ও ডকাইতিৰ গোচৰ চলাবলৈ দাবী জনায়।

Apply Now

এই সম্পৰ্কত ৰাম সেনাৰ ৰাজ্যিক সংযোজক দেবজিৎ ডেকাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘এই কাৰ্য্যৰ আমি গৰিহনা দিছো। মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা মতে এয়া আইন বিৰোধী।’

তেওঁ লগতে ‘খানাপাৰত বন্ধ সমৰ্থকে নেটৱৰ্ক বাছ এখন ভঙাটো মই নিজ চকুৰে দেখিছো।’ কয় যদিও কালিৰ বন্ধত কিমান পৰমাণৰ ক্ষয়-ক্ষতি হ’ল, সেই সম্পৰ্কত জ্ঞাত নহয় মন্তব্য কৰে।

ৰাম সেনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থনত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে উক্ত নেতাকেইজনে বিধেয়কখনৰ ভুল বাখ্যা কৰি অসমৰ ৰাইজক বুৰ্বক বনাই আছে।

আনহাতে, সাংবাদিকে অখিল গগৈক এই সম্পৰ্কত সোধাত তেওঁ কয়, ‘ৰাম সেনাই দিচপুৰ থানাত কেচ দিয়াৰ কথা গম নাপাওঁ। ৰাম সেনা নে সীতা সেনা নে লক্ষণ সেনা আজিহে শুনিছো। তেওঁলোকে গোচৰ দিয়ে দিয়ক মোৰ বিৰুদ্ধে দিয়ক, কিন্তু জীতেন দত্তৰ বিৰুদ্ধে কিয় দিব লাগে। দত্তইটো বন্ধৰ আহ্বান জনোৱা নাছিল।‘

তদুপৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানক সোধাত তেওঁ আমাৰ সাংবাদিকক কয়, ‘প্ৰথম কথা, ৰাম সেনাই গোচৰ দিয়াটো মই অৱগত নহয়। দ্বিতীয়তে ৰাম সেনা নামৰ এনেকুৱা সংগঠন অসমত আছে বুলি আগতে শুনাও নাই, দেখাও নাই।‘

তেওঁ লগতে কয় ‘কালি হৈ যোৱা বন্ধটো জীতেন দত্ত, অখিল গগৈ নাইবা আজিজুৰ ৰহমানৰ নিৰ্দেশত হোৱা নাই, এই বন্ধ প্ৰায় ৬০ টা দল-সংগঠনৰ আহ্বানত হৈছিল। গতিকে আওপকীয়াকৈ সমগ্ৰ ৰাইজৰ আহ্বানতে এই বন্ধ হ’ব পাৰে বুলি ক’ব পাৰে। তেওঁলোকে এজাহাৰ দাখিল কৰিছে, চাওঁ আইনে এতিয়া কি তদন্ত কৰে। সকলোৰে অধিকাৰ আছে গোচৰ তৰাৰ বাবে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd