• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ; খেলুৱৈক প্ৰতাৰণাৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2018 11:04 pm

1 min read

Mukut Medhi

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক মুকুট মেধি

252
VIEWS
Share on FacebookShare on Twitter

অসম বাস্কেটবল সন্থাৰ সাধাৰণ সম্পাদক মুকুট মেধিক আজি অৰ্থাৎ বুধবাৰে গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

খেলুৱৈক প্ৰৱঞ্চনা কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য মতে তেওঁৰ বিৰুদ্ধে শেহতিয়াকৈ হিমাচল প্ৰদেশত অনুষ্ঠিত হৈ যোৱা ১৪ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল প্ৰতিযোগিতাত অংশ লোৱা খেলুৱৈসকলক প্ৰতাৰণা কৰাৰ অভিযোগ আছে।

অভিযোগ অনুসৰি অসম অলিম্পিক সন্থাৰো প্ৰাক্তন সাধাৰণ সম্পাদক মেধিয়ে ‘বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ’ অনুমোদন নোহোৱাকৈ খেলুৱৈসকলক হিমাচললৈ লৈ গৈছিল। যাৰ ফলত অসমৰ দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈয়ে তাৰ পৰা ওভতি আহিব লগীয়া হৈছিল।

উল্লেখযোগ্য যে অসমৰ দলটোক হিমাচললৈ লৈ যোৱাৰ বিনিময়ত তেওঁ খেলুৱৈসকলৰ অভিভাৱকৰ পৰা ধন আদায় কৰাৰো অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে।

পল্টন বজাৰ আৰক্ষীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে ১৪ বছৰ অনুৰ্ধ্ব বাস্কেটবল খেলুৱৈৰ একাংশ  অভিভাৱকে দিয়া এজাহাৰৰ ভিত্তিত মুকুট মেধিক গ্ৰেপ্তাৰ কৰা হয়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd