• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগৰ স্বপ্নভংগ, অসমৰ বিক্ৰমত বিধ্বস্ত হ’ল ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ

উজলি উঠিল ৰিয়াণ পৰাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2019 2:20 pm
মনোজ তিৱাৰীৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

মনোজ তিৱাৰীৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত স্বপ্নৰ যাত্ৰা অব্যাহত ৰাখিছে অসমে। দেওবাৰে ছত্তীশগড়ক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা অসমে আজি গ্ৰুপ ডিৰ এখন খেলত শক্তিশালী বংগক ২৬ ৰাণত পৰাস্ত কৰে।

ওড়িশাৰ বাৰাবটি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বংগই টছত জয়ী হৈ অসমক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। অসমে খেল আৰম্ভ কৰি ভাৰতীয় দলৰ প্ৰাক্তন বেগী ব’লাৰ অশোক ডিণ্ডাৰ তীক্ষ্ণ বলিঙৰ সন্মুখত এক ৰাণতে স্বৰুপম পুৰুকায়স্থ(০) উইকেট হেৰুৱায়। শিৱশংকৰ ৰয় আৰু উদীয়মান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ বিস্ফোৰক অৰ্ধশতৰাণৰ সহায়ত অসমে নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ১৬২ ৰাণ সংগ্ৰহ কৰে।

Apply Now
ৰিয়াণ পৰাগৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

শিৱশংকৰ ৰয়ে মাৰমুখী বেটিঙেৰে ৫৩ টা ব’লত ৮৩ ৰাণ সংগ্ৰহ কৰি দুৰ্ভাগ্যজনক ভাবে ৰাণ আউট হোৱাৰ বিপৰীতে ৰিয়ান পৰাগে সংগ্ৰহ কৰে ৫২ ৰাণ।বংগৰহৈ অশোক ডিণ্ডাই চাৰিটা উইকেট দখল কৰে।

অসমে বান্ধি দিয়া ১৬৩ ৰাণৰ লক্ষ্য আগত ৰাখি খেলিবলৈ আৰম্ভ কৰি বংগই অসমৰ বলাৰ সকলৰ সুন্দৰ আৰু নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি নিৰ্ধাৰিত অভাৰত ৯ টা উইকেট হেৰুৱাই ১৩৬ ৰাণহে কৰিবলৈ সক্ষম হয়। অসমৰ ব’লাৰৰ সন্মুখত ব্যৰ্থ হয় ভাৰতীয় জাতীয় দলৰ হৈ খেলা ঋদ্ধিমান সাহা(১১), মনোজ তিৱাৰী(৩)ৰ দৰে তাৰকা। বংগৰহৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে শ্ৰীবৎস গোস্বামীয়ে।

ঋদ্ধিমান সাহাৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

অসমৰ হৈ বলিঙত আবু নাছিম আহমেদ আৰু মুখটাৰ হুছেইনে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে প্ৰীতম দাস, ৰাজাকুদ্দিন আহমেদ, পল্লৱ কুমাৰ দাস আৰু ৰিয়াণ পৰাগে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।

অসমে চাৰিখন খেলৰ ভিতৰত তিনিখনত জয়ীহৈ ১২ পইণ্টেৰে গ্ৰুপ ডিৰ দ্বিতীয় স্থানত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd