• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল লৈ অসম বিজেপিৰ নেতৃত্ব দিল্লীলৈ; কাইলৈ প্ৰকাশ পাব চূড়ান্ত তালিকা

শেষ মুহূৰ্তত তেজপুৰ সমষ্টিৰ বাবে আৰ পি শৰ্মাৰ নামো অন্তৰ্ভুক্ত পেনেলত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2019 5:10 pm
BJP

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ১০টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যিক বিজেপিয়ে। উক্ত প্ৰাৰ্থী তালিকা লৈ আজি সন্ধিয়া ৫ বজাত বিজেপিৰ ৰাজ্যিক নেতৃত্ব দিল্লীলৈ ৰাওনা হ’ব বুলি সংবাদমেলত জনালে সভাপতি ৰঞ্জিত দাসে। সভাপতি ৰঞ্জিত দাসৰ লগতে হিমন্ত বিশ্বও দিল্লীলৈ যাব।

মুঠ ১০টা সমষ্টিৰ বাবে এই short listed প্ৰাৰ্থী তালিকাখন প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যিক নেতৃত্বই। দলটোৰ এটা উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে, তেজপুৰত কেৱল হিমন্ত বিশ্বৰ নাম পেনেলত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও শেষ মুহূৰ্তত বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

বৰ্তমানৰ আটাইকেইজন সাংসদৰ নাম অন্তৰ্ভুক্ত হৈছে পেনেলত। যদিও আৰ পি শৰ্মাৰ নাম বাদ পৰিব বুলি এটা জনৰৱ ওলাইছিল, শেষ মুহূৰ্তত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে।

উল্লেখযোগ্য যে কোকৰাঝাৰ সমষ্টিটো মিত্ৰ বি পি এফক এৰি দিছে বিজেপিয়ে। গতিকে পেনেলত অন্তৰ্ভুক্ত নোহোৱা সমষ্টিকেইটা হ’ল- বৰপেটা, ধুবুৰী আৰু কলিয়াবৰ। এইকেইটা সমষ্টিকেই নতুনকৈ পুনৰ মিত্ৰতালৈ অহা অগপক এৰি দিয়াৰ সম্ভাৱনা আছে দলটোৱে। ইতিমধ্যে অগপৰ মন্ত্ৰী কেশৱ মহন্তৰ ভায়েক মণিমাধৱ মহন্তক কলিয়াবৰ সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা ওলাই আছে।

সংবাদমেলত আজি ৰাজ্যিক বিজেপিৰ নেতৃত্বই জনোৱা মতে, অমিত শ্বাহৰে আলোচনা কৰি কাইলৈৰ ভিতৰত এই পেনেলত অন্তৰ্ভুক্ত সমষ্টিকেইটাৰ প্ৰাৰ্থী চূড়ান্ত কৰা হ’ব আৰু কাইলৈয়ে চূড়ান্ত তালিকাখনো প্ৰকাশ কৰা হ’ব।

১০ সমষ্টিৰ পেনেলত অন্তৰ্ভুক্তসকল-

১। ডিব্ৰুগড়:- ৰামেশ্বৰ তেলী (বৰ্তমানৰ সাংসদ), পুলক গোঁহাই৷

২। যোৰহাট :- তপন গগৈ (সোণাৰিৰ বিধায়ক), কামাখ্যা প্ৰসাদ তাছা (বৰ্তমানৰ সাংসদ), লক্ষ্য কোঁৱৰ, শান্তনু গগৈ৷

৩। লখিমপুৰ:- প্ৰদান বৰুৱা (বৰ্তমানৰ সাংসদ), হৰেন দেউৰী

৪। তেজপুৰ:- হিমন্ত বিশ্ব শৰ্মা (বৰ্তমান জালুকবাৰী সমষ্টিৰ বিধায়ক), আৰ পি শৰ্মা (বৰ্তমানৰ সাংসদ)।

৫। নগাঁও:- ৰূপক শৰ্মা, ৰাজেন গোহাঁই (বৰ্তমানৰ সাংসদ)

৬। গুৱাহাটী:- বিজয়া চক্ৰবৰ্তী (বৰ্তমানৰ সাংসদ), বিজুলী কলিতা মেধি, কুইন ওজা আৰু ৰূপম গোস্বামী৷

৭। মঙলদৈ:- ৰমেন ডেকা (বৰ্তমানৰ সাংসদ),  দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা৷

৮। স্বায়ত্তশাসিত সমষ্টি :- হৰেন সিং বে’, বিদ্যাসিং ইংলেং, বিধায়ক তুলিৰাম ৰংহাঙৰ পত্নী৷

৯। শিলচৰ:- ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য (ধলাই সমষ্টিৰ বিধায়ক)

১০। কৰিমগঞ্জ:- কৃপানাথ মল্লা, অমৰেশ ৰায়

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd