• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সংখ্যালঘুসকল ভাৰতৰ অন্য প্ৰান্তৰ সংখ্যালঘুতকৈ পিছপৰি ৰৈছে : আব্দুল ৰছিদ আনছাৰী

সংখ্যালঘু তোষণ কৰা বুলি কংগ্ৰেছক অভিযোগ কৰা বিজেপিৰ নিৰ্বাচনৰ আগে আগে সংখ্যালঘু দৰদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 7, 2018 8:01 pm
বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল ৰচিদ আনছাৰীৰ সংবাদমেল।

বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল ৰচিদ আনছাৰীৰ সংবাদমেল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে ভোটৰ ৰাজনীতিৰে সংখ্যালঘু তোষণ কৰে বুলি সততে অভিযোগ কৰি অহা বিজেপি দলে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সংখ্যালঘু ভোটাৰৰ মন জয় কৰাৰ চেষ্টাত উঠিপৰি লগা দেখা গৈছে। অসমৰ খিলঞ্জীয়া জনগণৰ আস্থা হেৰুওৱা দলটোৰ এতিয়া মনত পৰিছে সংখ্যালঘু ৰাইজলৈ।

“অসমৰ ৩৬ শতাংশ সংখ্যালঘু লোক ভাৰতৰ অন্য প্ৰান্তৰ সংখ্যালঘুতকৈ পিছ পৰি ৰৈছে।” আজি এই অকপট স্বীকাৰোক্তি দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল ৰচিদ আনছাৰীৰ।

Apply Now

আজি মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰে আনছাৰীয়ে, যাৰ মূল বিষয় আছিল অসমৰ সংখ্যালঘুসকলৰ অৱস্থা। “অসমৰ সংখ্যালঘু লোকসকল পিছপৰি থকাটো দুখজনক কথা”, সংবাদমেলত এইদৰে কয় বিজেপি দলৰ নেতাজনে।

উল্লেখযোগ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোটৰ অংক মিলাবলৈকে দলটোৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাই যোৱা কিছুদিন ধৰি সংখ্যালঘু লোকসকলৰ দুৰৱস্থাত চকুপানী টোকা দেখা গৈছে।

আজি সম্বোধন কৰা সংবাদমেলত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ সুবিধাসমূহ অসমৰ সংখ্যালঘু অঞ্চলৰ লোকে লাভ নকৰাৰ অভিযোগ তুলি লগতে কয়, “এই আঁচনিসমূহ সমূহ দৰিদ্ৰ লোকৰ বাবে সমান হ’ব লাগে। এওঁ মুছলমান, এওঁ খ্ৰীষ্টান, এওঁ জৈন হয়, এনেকুৱা ধৰ্মৰ ভিত্তিত হ’ব নালাগে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলোৱে ইয়াৰ সুবিধা লাভ কৰিব লাগে।”

আনহাতে, উক্ত সংবাদমেলতে তেওঁ দাবী কৰি কয়, “মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সংখ্যালঘু মন্ত্ৰ্যালয়ৰ বাজেট ১১০০ কোটি টকাৰ পৰা ৪৫০০ কোটিলৈ বৃদ্ধি কৰিলে। ২০১২-২০১৪ লৈকে এই বাজেট ১১০০ কোটি টকা আছিল যদিও ২০১৮-১৯ ত এই বাজেটৰ পৰিমাণ ৪৫০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ল।”

আনচাৰীয়ে লগতে দাবী কৰে যে মাদ্ৰাছা আধুনিকীকৰণৰ জৰিয়তে মাদ্ৰাছাসমূহত বিভিন্ন বিত্তীয় শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয়, “আগতে মাদ্ৰাছাসমূহত কেৱল ধৰ্মৰ শিক্ষা দিয়া হৈছিল, যাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীয়ে চাকৰি লাভ কৰিব পৰা নাছিল। সেয়েহে মাদ্ৰাছাসমূহত কিছুমান প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ ব্যৱস্থা কৰা হৈছে তথা আধুনিক বিষয়সমূহ পঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে এইচ্ছ আৰ ডি মন্ত্ৰ্যালয়ে বিজ্ঞান, অংক, ইংৰাজীকে ধৰি অন্যান্য বিষয়সমূহৰ শিক্ষকক নিজাববীয়াকৈ নিযুক্তি দিছে।”

আনহাতে, ‘ব্ৰীজ কৰ্চ’ৰ জৰিয়তে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী চাকৰি লাভ কৰিব পাৰিছে’ বুলি জানিবলৈ দি তেওঁ কয় যে হিন্দুস্তানৰ তিনি-চাৰিখন বিশ্ববিদ্যালয়ৰ সৈতে এই পাঠক্ৰমক স্বীকৃতি দিয়া হৈছে। এই পাঠ্যক্ৰমত উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়ৰ পৰা প্ৰমাণপত্ৰ লাভ কৰি চৰকাৰী চাকৰিৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে আৱেদন কৰিব পাৰিব।

তাৎপৰ্য্যপূৰ্ণ কথা যে, ৰাষ্ট্ৰীয় সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে বিভিন্ন পদক্ষেপৰ জৰিয়তে দেশৰ মাদ্ৰাছাসমূহৰ আধুনিকীকৰণ কৰা হৈছে বুলি দাবী কৰিছে যদিও অসমৰ মাদ্ৰাছাবিলাক কিমান উপকৃত হৈছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

কাৰণ, যোৱা ৭ অক্টোবৰৰ দিনা সংবাদমেল অনুষ্ঠিত কৰি ‘সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই ‘ৰাজ্যৰ ৭০৭খন মাদ্ৰাছাত ২০ বছৰ ধৰি খালী পদসমূহত কোনো নিযুক্তি নোহোৱা বুলি সদৰী কৰিছিল। শিক্ষকৰ অভাৱত মাদ্ৰাছাসমূহ ‘বন্ধ হোৱাৰ উপক্ৰম হৈছে’ বুলিও অভিযোগ তুলিছিল, যিটো শিক্ষা আয়ুক্ত সচিব প্ৰীতম শইকীয়াই স্বীকাৰ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd