• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত…      

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 5:49 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত একাধিক জনহিতকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আয়োজিত এই বৈঠকত চৰকাৰী কৰ্মচাৰী, শিক্ষার্থী, শিক্ষক, স্বাস্থ্যখণ্ডৰ পৰিকাঠামো উন্নয়ন আৰু গ্ৰামীণ সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ইতিবাচক সিদ্ধান্তসমূহ গৃহীত হয়।

মুখ্যমন্ত্ৰীয়ে বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি বৈঠকত গ্ৰহণ কৰা মুখ্য সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। অজিৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি-

Apply Now

কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ইউনিফাইড পেঞ্চন আঁচনি অনুমোদন কৰিছে।

এই আঁচনীৰ অধীনত —

অৱসৰৰ পাছত নিশ্চিতভাৱে মূল দৰমহাৰ ৫০% পেঞ্চন হিচাপে লাভ কৰিব।

পাৰিবাৰিক পেঞ্চন হ’ব মৃত্যুৰ আগতে লাভ কৰা পেঞ্চনৰ ৬০%।

অৱসৰৰ সময়ত এককালীন ভাট্টা হিচাপে প্ৰতিটো সেৱা বছৰলৈ মাহিলি মূল দৰমহা আৰু মৰগীয়া ভাট্টাৰ ১০% প্ৰদান কৰা হ’ব।

২. অৰুণোদয় ৩.০ সম্প্ৰসাৰণ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ ১০,১৮৬ জন সামুহিক কেডাৰক অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰী হিচাপে অন্তর্ভুক্ত কৰাৰ অনুমোদন।

৩. অসম স্থিতিস্থাপক গ্ৰাম্য দলং কাৰ্যসূচী (ARRBP)

গ্ৰামীণ এলেকাত সৰ্ববতৰ সংযোগ নিশ্চিত কৰিবলৈ ৪,৮১৬.৩১ কোটি টকা ব্যয়ে জলবায়ু-স্থিতিস্থাপক দলং নিৰ্মাণৰ অনুমোদন।

প্ৰকল্পৰ অধীনত —

৩৫০খন নতুন দলং নিৰ্মাণ,

১০৩খন দলং বহল কৰা,

৬৯৪খন খহি পৰা বা সংকটপূর্ণ দলং সলনি কৰা,

আৰু ৩৭খন বিদ্যমান দলংৰ পৰিচৰ্যা কৰা হ’ব।

 ৪. স্বাস্থ্যখণ্ডত বৃহৎ বিনিয়োগ — ASTHA প্ৰকল্প

৪,২৮৭ কোটি টকা ব্যয়েৰে আছাম ষ্টেট টাৰ্চিয়েৰী হেলথকেয়াৰ অগমেন্টেশ্যন (ASTHA) প্ৰকল্প অনুমোদন।

এই প্ৰকল্পৰ মাধ্যমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ নতুন চৌহদ নিৰ্মাণ, পৰিকাঠামো উন্নয়ন আৰু চিকিৎসা সেৱাৰ গুণগত মান বৃদ্ধি কৰা হ’ব।

৫. শিক্ষকৰ সুবিধা নিশ্চিতকৰণ

ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক ৫ বছৰৰ পাছত নিজৰ গৃহ জিলালৈ বদলি কৰাৰ অনুমোদন।

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৩ বছৰৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ অনুমোদন।

 ৬. তামিলনাড়ু দুর্ঘটনাৰ ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহায্য

তামিলনাড়ুত সংঘটিত দুঃখজনক দুর্ঘটনাত নিহত ৯ জনৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ অনুমোদন।

৭. শিলচৰত যানজট নিৰাময়ৰ বাবে এলিভেটেড কৰিড’ৰ

শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগিৰখাৰীলৈ ৩.৪৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ (প্ৰথম পৰ্যায়) নিৰ্মাণৰ অনুমোদন।

প্ৰকল্প ব্যয় — ৫৬৪.৫০ কোটি টকা।

৮. শিক্ষাৰ্থীসকলৰ বাবে চাইকেল আৰু মাচুল মুক্তি

ৰাজ্যিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ৩,১১,৬১৪ শিক্ষার্থীৰ বাবে চাইকেল বিতৰণৰ অনুমোদন।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্নাতক প্ৰথম বৰ্ষৰ ১,৭৫,৮১৭ শিক্ষার্থীৰ নামভৰ্তি মাচুল পৰিশোধৰ বাবে ১২৬.৯৭ কোটি টকা অনুমোদন।

৯. অস্থায়ী কৰ্মচাৰীৰ বাবে দৰমহা বৃদ্ধি

১,২৩১ জন মাষ্টাৰ ৰোল, অস্থায়ী আৰু স্থিৰ দৰমহা কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদানৰ অনুমোদন।

সাধাৰণ প্রশাসন বিভাগৰ ৯৯ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্থিৰ দৰমহা ১৬,৪০০ টকালৈ বৃদ্ধিৰ অনুমোদন।

অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয় নামভৰ্তি বিধি, ২০১৭ সংশোধন অনুমোদিত।

ইয়াৰ অধীনত —

অসমৰ স্থায়ী বাসিন্দা, যদিও ৰাজ্যৰ বাহিৰত অধ্যয়ন কৰিছে, তেওঁলোকে ৰাজ্যিক কোটাত নামভৰ্তিৰ বাবে যোগ্য হ’ব।

অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীও এই কোটাৰ বাবে যোগ্য।

OBC/MOBC (NCL) প্ৰাৰ্থীসকলে আবেদন নকৰিলে প্ৰথম কাউন্সেলিঙৰ আগত দাখিল কৰিবলৈ অনুমতি পাব।

২০২৬ চনৰ পৰা অৰুণাচল প্ৰদেশত থকা মৰাণ জনগোষ্ঠী অসমত থকা মৰাণসকলৰ সমান অধিকাৰ লাভ কৰিব।

In today's meeting of #AssamCabinet, we resolved to

👉🏼Implement UPS for State Govt employees
👉🏼Elevated corridor in Silchar
👉🏼 Orunodoi 3.0 to ASRLM cadres
👉🏼Liberalised transfer & regularisation of teachers
👉🏼Ease medical college admission rules
👉🏼₹4287cr for health sector pic.twitter.com/GnSayAlnFb

— Himanta Biswa Sarma (@himantabiswa) October 6, 2025
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd