• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান অসম ছাত্ৰ পৰিষদৰ; ছাত্ৰ-ছাত্ৰীৰ ল’কডাউনকালীন সমস্যা সমাধানৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2020 2:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী বিভিন্ন সমস্যা দাঙি ধৰি শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ অসম ছাত্ৰ পৰিষদৰ।

কালি ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে আহ্বান জনায়।

Apply Now

বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্য সুদৃঢ় কৰা, অনলাইন পাঠ্যক্ৰম, ষান্মসিক পৰীক্ষা ইত্যাদি বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ ছাত্ৰ সংগঠনটোৱে শিক্ষা মন্ত্ৰীক আহ্বান জনায়।

আজি এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই কয় “শিক্ষাবৰ্ষ, স্নাতক, স্নাতকোত্তৰ ষান্মসিক পৰীক্ষা বাতিলৰ আশংকা আহি পৰিছে। গতিকে এই ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীৰ শিক্ষা বৰ্ষ নষ্ট নহয় বা যিকোনো উপায়েৰে ষান্মসিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণৰ বাবে আমি শিক্ষা মন্ত্ৰীক আহ্বান জনাইছো।”

ইয়াৰোপৰি, ল’কডাউনৰ সময়ছোৱাত ঘৰত থাকি কিছু সংখ্যক ছাত্ৰ ছাত্ৰী মানসিকভাৱে অসুস্থ হৈ পৰিছে বুলি উল্লেখ কৰি ত্ৰিনয়নে কয় ‘ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্বাস্থ্য যাতে সুদৃঢ় কৰিব পাৰি তাৰ বাবে মনোবিজ্ঞানী আৰু মনোবিজ্ঞান চিকিৎসকৰ দ্বাৰা কাউন্সিলিংৰ ব্যৱস্থা কৰিব লাগে।”

আনহাতে, ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেলৰ মাচুল ৫০ শতাংশ ৰেহাই দিয়াৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰীয়ে হোষ্টেল স্বত্ত্বাধিকাৰীক অনুৰোধ জনাইছিল যদিও ইয়াৰ বাবে চৰকাৰী নিৰ্দেশনা জাৰি কৰি চৰকাৰী আওতালৈ আনিবলৈ শিক্ষামন্ত্ৰীক তেওঁলোকে আহ্বান জনায়।

তদুপৰি, সমূহ শিক্ষানুষ্ঠান চেনিটাইজ কৰাৰ লগতে বিদ্যালয় মুকলি হোৱাৰ লগে লগে স্বাস্থ্য কৰ্মী নিয়োগ আৰু হেল্থ কিটৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

আনহাতে, ৰাজ্য চৰকাৰে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে যদিও সকলো জিলাতে এইয়া বৰ্তমানো উপলব্ধ হোৱা নাই বুলি অভিযোগ তুলি ত্ৰিনয়নে কয়, “সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সুবিধা পোৱাকৈ অনলাইন মাধ্যমেৰে বা অন্য মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।”

ইয়াৰ লগতে সকলো শিক্ষাৰ্থীয়ে পাঠ্যপুথি লাভ কৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনায়।

উল্লেখযোগ্য যে, ল’কডাউনৰ দিনকেইটাত ছাত্ৰ সংগঠনটোৱে সমগ্ৰ ৰাজ্যতে প্ৰায় ৪০ হাজাৰ দুখীয়া পৰিয়ালক সাহায্য প্ৰদান কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd