• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 7:36 am
Assam-CM-1-750x375

ডিব্ৰুগড়ত দেওবাৰে আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত শেহতীয়াভাৱে সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিয়ে চৰকাৰখনক উদ্বিগ্ন কৰি তুলিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আইন-শৃংখলাজনক পৰিস্থিতি সুস্থিৰ কৰি তোলাৰ বাবে তৎপৰ হৈ পৰিছে। বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত সৃষ্টি হ’ব পৰা আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-প্ৰশাসনত সদা সষ্টম কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

দেওবাৰে ডিব্ৰুগড়ত আৰক্ষী আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন জৰুৰী বৈঠকত মিলিত হয়। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি আৰু পঞ্চায়ত নিৰ্বাচনত নিৰাপত্তাৰ বিষয়ক লৈ বৈঠকখনত আলোচনা কৰা হয়। তদুপৰি, আলফা বিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

বৈঠকত যুৱ প্ৰজন্মই আলফাত যোগদান কৰাৰ প্ৰসংগই বিশেষ স্থান লাভ কৰে। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলক ৰাইজৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ বাবে বৈঠকত নিৰ্দেশ দিয়া হৈছে। তদুপৰি, প্ৰকৃততে কিমান যুৱক-যুৱতী আলফালৈ গৈছে তাৰ তথ্য উলিওৱাৰ বাবেও আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হয়। ইয়াৰ লগতে বৈঠকত আৰক্ষীক নৱ প্ৰজন্মৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ আহ্বান জনোৱা হয়।

আনহাতে, গাওঁবুঢ়া আৰু গাওঁৰক্ষী বাহিনীৰ সৈতে আলোচনা কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হয়। গাওঁবুঢ়া আৰু গাওঁৰক্ষী বাহিনীৰ পৰাই সকলো তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে ৰাইজৰ জীৱন আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে অসম ৰাইজে শান্তি বিচৰাৰ কথা যুৱ সমাজক অৱগত কৰিবলৈকো আৰক্ষী-প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ লগতে উজনি অসমৰ সকলো আৰক্ষী অধীক্ষকে উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd