DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিষিদ্ধ ড্ৰাগছৰ ওপৰেৰে চলিল বুলডজাৰ, চালকৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক’ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2021 5:33 pm
bul
323
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰাৰ সমান্তৰাল ভাবে জব্দ কৰা ড্ৰাছ ধ্বংসৰো কাম আৰম্ভ হৈছে।

আজিও এই অভিযানৰ অংশ হিচাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ ড্ৰাগছৰ ওপৰেৰে নিজেই চলাই নিলে বুলডজাৰ।

নগাঁও জিলাৰ বঢ়মপু্ৰৰ ৰঙাজান খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ বিনষ্ট কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এনেদৰে জব্দ কৰা ড্ৰাগছৰ ওপৰেৰে বুলজাৰ চলাই ড্ৰাগছ ধ্বংস কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে।

Next stop on the second day of the historic seized drugs disposal program: Hojai.

Leading from the front, Hon' CM Shri @himantabiswa shows the way for a #DrugsFreeAssam.

Details of destruction:

736.73 kg Ganja
353.62 gms Heroin
45843 tablets @DGPAssamPolice #WarOnDrugs pic.twitter.com/VBjLQfynkB

— Assam Police (@assampolice) July 18, 2021

তাৰেই পৰিণতিত ১০ মে’ৰ পৰা এতিয়ালৈকে ড্ৰাগছ সৰবৰাহৰ ৮৭৪ টা গোচৰ ৰুজু হৈছে।১,৪৯৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ১৭০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে।

উল্লেখ্য শনিবাৰে ৰাজ্যৰ চাৰিখন জিলাত ১৭০ কোটি টকা মূল্যৰ জব্দকৃত ড্ৰাগছ ধ্বংস কৰা হয়। ডিফু, গোলাঘাট আদি স্থানত ড্ৰাগছ ধ্বংস কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি নিজেও উপস্থিত আছিল।

অসম আৰক্ষীয়ে যোৱা দুমাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৯ কিলোগ্ৰাম হেৰ’ইন,১৪ কিলোগ্ৰাম কানি,১,৯২০ কিলোগ্ৰাম মৰফিন,৮,২৭৬ কিলোগ্ৰাম গাঞ্জা,৬৭,৬৫০ বটল নিচাযুক্ত কফ চিৰাপ,৬.৮০ লাখ টকাৰ জাল নোট জব্দ কৰাৰ লগতে প্ৰায় ৩১ বিঘা মাটিত কৰা ভাঙৰ খেতি ধ্বংস কৰিছে।

মুখ্যমন্ত্ৰীয়ে আজি হোজাইতো ড্ৰাগছ ধ্বংস কাৰ্যসূচীত ভাগ লয়।

ইপিনে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে এতিয়াহে সক্ৰিয় হৈছে যদিও পূৰ্বৰ কাৰ্যকালত কিয় মৌনতা অৱলম্বন কৰিছিল বুলিও বহুতে প্ৰশ্ন কৰা দেখা গৈছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd