• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা আৰম্ভ হ’ব মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি : কোন কোন অন্তৰ্ভুক্ত হ’ব এই আঁচনিত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2021 6:43 pm
9d93fd21-ae63-4c0a-b2b8-3b1e5683d7ef
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে এক চমকপ্ৰদ আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই আঁচনিৰ নাম মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি বুলি এক সংবাদমেলযোগে জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

পিতৃ-মাতৃহাৰা বা ঘাটমাউৰা শিশু আৰু যুৱক-যুৱতীয়ে ৩৫০০ টকাকৈ মাহে লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘সেইসকলৰ খুৰা-খুৰী পেহা পেহী বা অন্য কোনো অভিভাৱক থাকিব লাগিব। কোনো শিশুৰ পিতৃ মৃত্যু হৈছে বা মাতৃ জীয়াই আছে বা মাতৃৰ মৃত্যুৰ হৈছে পিতৃ জীয়াই আছে সেইসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা।‘

ইপিনে, যিসকল ছোৱালীৰ পৰিয়ালত কোনোৱে চোৱা চিতা কৰিবলৈ নাই সেইসকলক কোনো কস্তুৰবা গান্ধী বিদ্যালয়, নবোদয় বিদ্যালয় বা কোনো ব্যক্তিগত বিদ্যালয়ত চৰকাৰৰ খৰচত পঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব আৰু আৱাসত ৰাখি পঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনায়।

এইসকলৰ ভিতৰতে কাৰোবাক নাৰ্চ বা অন্য বৃত্তিমূলক শিক্ষা প্ৰদান কৰাৰ লগতে বিয়াৰ বাবে উপযুক্ত ছোৱালীক অৰুন্ধুতী আঁচনিৰ এটোলা সোণ আৰু ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনায়।

তেওঁ জনোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ অন্তৰ্ভুক্ত সকলোকে একোটাকৈ লেপটপ বা কম্পিউটাৰ প্ৰদান কৰা হ’ব।

শিশু অধিকাৰ আয়োগক এই আঁচনিৰ কাম-কাজ নিয়ন্ত্ৰণৰ বাবে দায়িত্ব দিব বুলি তেওঁ জনায়।

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি কাইলৈৰ দিনটোত ১০ হাজাৰ গাঁৱত বা বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমত সেৱাই সংগঠন কাৰ্য্যসূচী ৰূপায়ণ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে।

এই আঁচনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয় বা অনলাইনযোগে শিশুসকলে পঞ্জীয়ন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd