DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে টেলিফোনত কি ক’লে নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 23, 2020 2:34 pm
nagaland313
9.6k
VIEWS
Share on FacebookShare on Twitter

নগালেণ্ডলৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’ৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক টেলিফোনকি বাৰ্তালাপ কৰে।

ক’ৰ’নৈতংকৰ সময়ত দুয়োখন ৰাজ্যৰ দুই চুবুৰীয়া ৰাজ্যৰ লীমা ছীল কৰাকলৈ এক অস্থিৰ পৰিৱেশৰ সূচনা হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহত।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবেং অসম আৰু নগালেণ্ডৰ সীমামুৰীয়া জিলা ক্ৰমে অসমৰ শিৱসাগৰ আৰু চৰাইদেউৰ সীমান্ত নগালেণ্ড চৰকাৰে ইতিমধ্যে ছীল কৰি দিছে।

এই টেলিফোনিক বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ক ছীল কৰা অসম-নগালেণ্ড সীমান্ত মুকলি কৰিবলৈ অনুৰোধ কৰে বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ৱে ইতিবাক সঁহাৰি প্ৰদান কৰা জানিবলৈ দিছে এক বিশেষ সূত্ৰই।

এই সীমান্ত ছীল কৰাৰ ফলত চাহ শিল্পৰ লগত জড়িত আৰু নিৰ্মাণ খণ্ডত নিয়োজিত লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।

ছীল কৰা সীমান্ত নগালেণ্ড চৰকাৰে খুলি দিলে উক্ত শ্ৰমিক তথা লোকসকল সূচল যাতায়াতৰ ক্ষেত্ৰত বিশেষবভাৱে সহায়ক হ’ব।

আশা কৰা হৈছে মুখ্যমন্ত্ৰীদ্বয়ৰ এই টেলিফোনিক বাৰ্তালাপৰ পিছত নগালেণ্ড চৰকাৰে ছীল কৰা অসম-নগালেণ্ড সীমান্ত নগালেণ্ড চৰকাৰে শীঘ্ৰেই মুকলি কৰি দিব।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd