• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাইকা-দধিয়াৰ প্ৰতিটো পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক অধিবেশনত মুখ্য অতিথি নিজৰ কৰ্মৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী সোণোৱালে!

চানু গগৈ by চানু গগৈ
January 30, 2021 4:34 pm
index.jpgvv
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালতে বিগত চাৰে চাৰি বছৰত জনজাতিসকলৰ বাবে মৰ্যদা সহকাৰে আৰু নিষ্ঠাৰে কাম কৰি আহিছো। জাগীৰোডৰ নেলী মকৰীয়াত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮ সংখ্যক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰীয়ে লগতে সৱকা সাথ আৰু সৱকা বিকাশৰ নীতিৰে সকলোকে সম মৰ্যদা আৰু সম বিকাশৰ আধাৰত আমাৰ চৰকাৰখনে কাম কৰি আহিছো বুলি মন্তব্য কৰে।

Apply Now

পাহাৰ, ভৈয়ামত বসবাস কৰা ৩৫টা জনগোষ্ঠীৰ ৰাইজৰ বাবে শিক্ষা, সংস্কৃতি, কৃষিৰ লগতে দক্ষতা বিকাশৰ বাবে কৰ্মসংস্থাপন আমাৰ চৰকাৰখনে নিষ্ঠাৰে কৰি আহিছো বুলি মন্তব্য কৰি তেওঁ লগতে কয় বিজেপি চৰকাৰৰ দিনতে পাহাৰ আৰু ভৈয়ামত বসবাস কৰা ১লাখতকৈয়ো অধিক পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰা হৈছে।

জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও ৰাজ্যখনত হোষ্টেল, গেষ্ট হাউচ নিৰ্মান কৰা হৈছে। আনকি ৩৯কোটি টকা ব্যয়সাপেক্ষ্যে গুৱাহাটীত ১৪টা গেষ্ট হাউচ নিৰ্মাণ কৰা বুলিও ভাষণ প্ৰসংগত সদৰী কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

ইফালে ভূমিপুত্ৰ জনজাতিসকলৰ মাটি আনে যাতে দখল কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আনহাতে লাইকা দধীয়াৰ প্ৰতিটো পৰিয়ালকে ৰাজ্য চৰকাৰে ১ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

প্ৰায় ১৩০০ টা পৰিয়াললৈ এই বৃহৎ ধনৰাশি অতি শীঘ্ৰে প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে কালিৰে পৰা নেলী মকৰীয়াৰ গিৰিধৰ পাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা সদৌ অসম ট্ৰাইবেল সংঘৰ ত্ৰি বাৰ্ষিক অধিবেশনৰ আজি অনুষ্ঠিত মুকলি সভাত পুৱা মূল তোৰণ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদৈয়ে।

আনহাতে প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই।

ইফালে আজি অনুষ্ঠিত মুকলি সভাত সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী চন্দন ব্ৰহ্ম, মৰিগাঁও আৰু ৰহাৰ বিধায়ক ক্ৰমে ৰমাকান্ত দেউৰী আৰু ডিম্বেশ্বৰ দাস, জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাকে আদি কৰি বহুকেইজন চৰকাৰী উচ্চ পদষ্ট বিষয়া আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd