• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাবুৱা ক্রীড়া সন্থাৰ ষ্টেডিয়াম আৰু চাবুৱা ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 6:48 pm
9bf07b1d-ee35-470c-afa1-513e1a16401c
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালীকৰণৰ অন্যতম পদক্ষেপ হিচাপেমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ দেওধাইত চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু চাবুৱাইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখযোগ্য যে ২০১৮-১৯ বৰ্ষৰ চিগনেশ্বাৰ প্রকল্পৰ অধীনত প্রায় ৯.৮৮ কোটি টকা ব্যয়ৰে চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত ২.৩৩ কোটি টকা ব্যয়ৰে চাবুৱা ইনডোৰ ষ্টেডিয়াম নিমণি কৰা হ’ব।

Apply Now

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ সাৰ্বজনীন নীতি সাৰোগত কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২০১৬ চনৰ পৰা বিগত চাৰে চাৰি বছৰে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

বৰ্তমানৰ চৰকাৰে বিগত চাৰে চাৰি বছৰত ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে যেনেধৰণে দিনে-নিশাই নিষ্ঠাসহকাৰে পদক্ষেপ লৈছে, পূৰ্বৰ কোনো এখন চৰকাৰে এনেধৰণে পদক্ষেপ লোৱা নজিৰ নাই বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়।

খিলঞ্জীয়াৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত নহ’লে জাতিৰ অস্তিত্ব নাথাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সেই উদ্দেশ্য আগত ৰাখিয়েই বৰ্তমানৰ চৰকাৰখনে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা আৰু অনুমোদন পত্র বিতৰণৰ দৰে দূৰদৰ্শী আঁচনি লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

২০১৪ চনত প্রধানমস্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত শাসনৰ দায়িত্ব লোৱাৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন্তগাঁথনি উন্নয়নে বিশেষ মাত্ৰা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিগত ছয় বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত ৫ খন নতুন দলঙৰ নিৰ্মাণৰ পদক্ষেপ, ধেমাজিৰ গোগামুখত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ স্থাপন, চাংসাৰিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান স্থাপনৰ পদক্ষেপ, যোৰহাটত ৰাষ্ট্ৰীয় ডিজাইন প্রতিষ্ঠান স্থাপন ইত্যাদিৰ দৰে পদক্ষেপে ৰাজ্যখনৰ উন্নয়নৰ প্রতিচ্ছবি সলনি কৰি পেলাইছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

চাবুৱাৰ দেওধাইত আজি আধাৰশিলা স্থাপন কৰা চাবুৱা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম আৰু চাবুৱা ইনডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ ক্রীড়া আন্তঃগাঁথনি যথেষ্ট শক্তিশালী হৈ উঠিব।

চাবুৱাত স্থাপন কৰিবলৈ লোৱা অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়খনে কেৱল ৰাজ্যখন তথা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উৎকৃষ্ট ক্ৰীড়াবিদ সৃষ্টি কৰাৰ দিশতো বৃহৎ অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন দণ্ডৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কসকল ক্ৰমে চক্ৰধৰ গগৈ, তেৰচ গোৱালা আৰু বিনোদ হাজৰিকা, ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জে পি বাৰ্মাকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd