DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱাৰ মুখ্য মন্ত্ৰী পাৰিকৰৰ মৃত্যুত মুখ্য মন্ত্ৰী সোণোৱালৰ শোক; বন্ধ থাকিব দলীয় কাৰ্যসূচী

by
March 18, 2019 8:31 am
658
VIEWS
Share on FacebookShare on Twitter

আজি সোমবাৰে বিজেপিৰ সকলো দলীয় কাৰ্যসূচী বন্ধ থাকিব। লগতে আজি হ’ব লগীয়া কেন্দ্ৰীয় নিৰ্বাচনী কমিটীৰ বৈঠকো বাতিল কৰা হৈছে। গোৱাৰ মুখ্য মন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুৰ বাবে আজি বিজেপিৰ সকলো কাৰ্যসূচী বন্ধ থাকিব।

আনহাতে গোৱাৰ মুখ্য মন্ত্ৰী তথা জনপ্ৰিয় নেতা মনোহৰ পাৰিকাৰৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে।
এক শোকবাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু একাগ্ৰতাৰে প্ৰয়াত পাৰিকাৰদেৱে দেশৰ প্ৰতি যি সেৱা আগবঢ়ালে সেয়া সদায় স্মৰণীয় হৈ ৰ’ব। প্ৰচুৰ মেধাসম্পন্ন এইগৰাকী জনদৰদী নেতাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও দেশৰ ৰাজনৈতিক ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ চাপ এৰি থৈ গৈছে। তেওঁৰ বিয়োগ দেশৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ এক অপুৰণীয় ক্ষতি।
মুখ্য মন্ত্ৰী সোণোৱালে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমাবেদনা জ্ঞাপন কৰিছে।
ইফালে বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও গোৱাৰ মুখ্য মন্ত্ৰী মনোহৰ পাৰিকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে দেওবাৰে অৰ্থাৎ ১৭ মাৰ্চত সন্ধিয়া গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল মুখ্য মন্ত্ৰী পাৰিকৰ।

Recent News

নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd