• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ নহয়, বিকল্প প্ৰস্তাৱ প্ৰধান মন্ত্ৰী মোদীক

জনজাতিকৰণৰ পৰিৱৰ্তে কেন্দ্ৰক এক বিকল্প প্ৰস্তাৱ আগবঢ়াইছে অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতি চি চি তি অ’ এ’ (CCTOA)ই।

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2019 9:43 pm
assam-communities-st-status-alternative-proposal-submitted-to-pm-modi

প্ৰধান মন্ত্ৰী মোদীলৈ অসমৰ জনজাতীয় সংগঠনৰ নেতৃত্বই প্ৰেৰণ কৰা স্মাৰক পত্ৰৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ পৰিৱৰ্তে কেন্দ্ৰক এক বিকল্প প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্যৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতি চি চি তি অ’ এ’ (CCTOA)ই।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বৃ্হস্পতিবাৰে নতুন দিল্লীত অৱস্থান ধৰ্মঘটৰ পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃ্হ মন্ত্ৰী ৰাজনাথ সিঙক স্মাৰক পত্ৰযোগে তেওঁলোকৰ প্ৰস্তাৱ জনাই দিছে সংগঠনটোৱে।

Apply Now

“অন্যান্য পিছপৰা বৰ্গৰ গোষ্ঠী ৬টাক জনজাতিকৰণৰ পৰিৱৰ্তে তেওঁলোকৰ সংৰক্ষণ ব্যৱস্থাৰ অধীনতে উচিত আৰু পৰ্য্যাপ্ত চৰকাৰী সমৰ্থন আগবঢ়াবলৈ আমি দাবী জনাইছো,” নৰ্থ ইষ্ট নাও-ক জনালে এবছু সভাপতি প্ৰমোদ বড়োৱে।

৬টা গোষ্ঠীক জনজাতিকৰণে অসমৰ ভূমিপুত্ৰ জনজাতিসকলক নিঃশেষ কৰি পেলাব বুলিও মন্তব্য কৰিছে বড়ো ছাত্ৰ নেতাজনে।

অসমৰ জনজাতীয় নেতৃত্বৰ বৃ্হস্পতিবাৰে নতুন দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰত প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

উমৈহতীয়া সংগঠনটোৰ সাধাৰণ সম্পাদক তথা ত্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীয়ে কয় বৰ্তমানৰ অ’ বি চি গোষ্ঠীকেইটাৰ জনজাতিকৰণে অসমৰ “প্ৰকৃত” জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিব।

বিষয়টোক লৈ কেন্দ্ৰ, অসমৰ মুখ্য মন্ত্ৰী আৰু জনজাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চটোৰ মাজত এখন জৰুৰী ত্ৰিপাক্ষিক বৈঠকৰো দাবী জনাইছে তেওঁলোকে।

লগতে পঢ়ক– জনজাতিকৰণ: ২৮ জানুৱাৰিৰ পৰা ধাৰাবাহিক আলোচনা, ১৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন

জনজাতিকৰণ সন্দৰ্ভত বিবেচনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰই গঠন কৰা মন্ত্ৰী গোটৰ শেহতীয়া কাৰ্য্যকলাপৰ পিছতে সক্ৰিয় হৈ পৰিছে জনজাতীয় সংগঠনসমূহ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd