• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত তিনিজনলৈ বৃদ্ধি কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 18, 2020 1:51 pm

1 min read

Death in times of COVID 19 – Is India prepared to tackle mass casualty?

প্ৰতিনিধিত্বমূলক ছবি

932
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ আক্ৰান্তত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে।

আজি দিনৰ ১১.০৫ বজাত GMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাতে উক্ত লোকজনৰ মৃত্যু হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে গোৱালপাৰাৰ গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ (৭১) এগৰকী কেন্সাৰ ৰোগীও আছিল।

Extremely sad to share that Gopindra Ch Malakar 71, who returned from Mumbai & had neck cancer + Covid + passed away at 11.05 am at GMCH owing to respiratory distress. Doctors did their best. DME has reached & DC informed for other formalities.

Heartfelt condolences. pic.twitter.com/FCVxhjD9SM

— Himanta Biswa Sarma (@himantabiswa) May 18, 2020

তেওঁ যোৱা ১২ মে’ত মুম্বাইৰ পৰা উভতি আহিছিল আৰু ১৩ মে’ত তেওঁৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ অৱস্থিতি।

লগতে পঢ়ক ৰাজ্যত পুনৰ দুজন ক’ভিড-১৯ পজিটিভ; ১০২লৈ বৃদ্ধি পালে আক্ৰান্ত সংখ্যা

উল্লেখযোগ্য যে গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰৰ পূৰ্বে কৰিমগঞ্জৰ এগৰাকী ব্যক্তি আৰু গুৱাহাটীৰ এগৰাকী যুৱতী কোভিড-১৯ৰ ফলত মৃত্যু হৈছিল।

বৰ্তমানলৈকে ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত হৈ ৩ গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে ৫৬জন চিকিৎসাধীন হৈ আছে।

ইয়াৰ উপৰি সুস্থ হৈ উঠা ৪১ গৰাকীয়ে ব্যক্তিয়ে চিকিৎসালয়ৰ পৰা মুক্তি পাইছে তথা দুজনক স্থানান্তৰিত কৰা হয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd