• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ তদন্তৰ আওতালৈ ন্যায়াধীশ আৰু তেওঁৰ পত্নীক অনাৰ ইংগিত ডি জি পি শইকীয়াৰ

অখিলৰ অভিযোগৰ এদিন পিছতে বিষয়টোক লৈ আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ প্ৰতিক্ৰিয়া

NE NOW NEWS মুকুট দাস
গুৱাহাটী , September 23, 2018 11:24 pm

1 min read

Assam DGP Kuladhar Saikia
188
VIEWS
Share on FacebookShare on Twitter

পৰ্যাপ্ত তথ্য প্ৰমাণ পালেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ আৰু তেওঁৰ পত্নীক এ পি এছ চি কেলেংকাৰিৰ সন্দৰ্ভত তদন্তৰ আওতালৈ অনা হ’ব বুলি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুল শইকীয়াই আজি সাংবাদিকৰ আগত ইংগিত দিয়ে।

উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰিৰ তদন্ত কৰা আৰক্ষীয়ে যোৱা ১৮ ছেপ্তেম্বৰত দাখিল কৰা চাৰ্জশ্বীটত নাম উল্লেখ নকৰাকৈ এজন ন্যায়াধীশৰ (ন্যায়িক বিষয়াই) পত্নীৰ হাতত দালালে ১ কোটি টকা ঘোচ দিয়া বুলি উল্লেখ কৰিছিল।

শনিবাৰে অখিল গগৈয়ে এক সংবাদমেলত উক্ত চাৰ্জশ্বীটত ন্যায়াধীশ আৰু তেওঁৰ পত্নীৰ নাম উল্লেখ নথকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ লগতে কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰশ্ন তোলিছিল।

ইয়াৰ পিছতে আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডি জি পি শইকীয়াই উক্ত ন্যায়াধীশ আৰু তেওঁৰ পত্নীক তথ্য প্ৰমাণ পালে তদন্তৰ আওতালৈ অনা হ’ব বুলি উল্লেখ কৰি কয়, ‘আৰক্ষীৰ তদন্ত এতিয়াও শেষ হোৱা নাই, আৰক্ষীয়ে তদন্ত চলাই আছে। এতিয়ালৈকে আংশিক অভিযোগনামাহে দাখিল কৰা হৈছে।‘

তদন্তৰ পৰৱৰ্তী পৰ্যায়ত চাৰ্জশ্বীটত আৰু অধিক লোকৰ নাম সন্নিৱিষ্ট হ’ব পাৰে বুলিও তেওঁ লগতে সদৰী কৰে।

Recent News

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd