• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজয় মাৰ্চেণ্ট ট্ৰফী : বিহাৰৰ বিৰুদ্ধে অসমৰ মূল্যৱান তিনি পইণ্ট

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
October 24, 2018 11:20 am
Mangaldai-Stadium

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৬ অনূৰ্ধ্ব বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ অসম আৰু বিহাৰৰ মাজৰ মেচখন মঙলবাৰে ড্ৰ ৰূপে সমাপ্ত হয়। দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা মেচখনত ঘৰুৱা দল অসমে প্ৰথম ইনিংছৰ অগ্ৰগতিৰ বাবে মূল্যৱান তিনি পইণ্ট লাভ কৰে।

মেচখনৰ অন্তিম অৰ্থ্যৎ তৃতীয় দিনা আলহী দল বিহাৰে নিজৰ দ্বিতীয় ইনিংছত ৮ উইকেট হেৰুৱাই ১২৫ ৰানত বেটিং কৰি থকা অৱস্থাত দিনান্তৰ খেল শেষ হোৱাত মেচখন ড্ৰ ৰূপে পৰিসমাপ্তি পৰে।

Apply Now

বিহাৰৰ হৈ দ্বিতীয় ইনিংছত শ্ৰমান নিগ্ৰোধে সৰ্বাধিক ৪০ ৰান কৰাৰ বিপৰীতে য়াছৰাজ সিঙে ২১ আৰু ৰৌষণ কুমাৰ সিঙে ১৯ ৰানৰ অৱদান আগবঢ়ায়।

আনহাতে অসমৰ হৈ শিৱম মিট্টালে ১৬ ৰানত তিনিটা উইকেট দখল কৰে। শিৱমৰ উপৰি জেকি আলী আৰু ৰিষভ দীপকেও দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।

ইফালে প্ৰথম ইনিংছত আলহী দল বিহাৰে মাত্ৰ ১৬৮ ৰানতে ইনিংছ সামৰাৰ বিপৰীতে অসমেও গুৰুত্বপূৰ্ণ ২৫ ৰানৰ অগ্ৰগতি লাভ কৰাৰ পাছত নিজৰ প্ৰথম ইনিংছত মাত্ৰ ১৯৭ ৰানতে সামৰে।

অসমৰ হৈ শিৱম মিট্টালে সৰ্বাধিক ৪৪ ৰান কৰাৰ উপৰি ধ্ৰুৱ ৰাজ বৰাই ২৬, অংকুশ মজুমদাৰৰ ২৫ আৰু নিহাৰ নৰহৰ ২০ ৰানৰ সহায়তে অসমে বিহাৰৰ বিৰুদ্ধে প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ ২৫ ৰানৰ অগ্ৰগতি লয়। মেচখন ড্ৰ হ’ল যদিও উক্ত ২৫ ৰানৰ অগ্ৰগতিৰ বাবেই অসমে মূল্যৱান ৩ পইণ্ট লাভ কৰে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd