• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০ টকাত চকু পৰীক্ষা : বহু লোকৰ চকুত আশাৰ সপোন জগোৱা কোন এই মানৱ দৰদী চিকিৎসক?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2019 9:45 am
eye-2-1140x570

ফটো : ফেইচবুকৰ সৌজন্যত

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এগৰাকী চকু বিশেষজ্ঞ পাৰভেজ উবেদে  অতি কম খৰচতে উন্নতমানৰ চকু চিকিৎসাৰে ৰাজ্যখনৰ গাঁৱৰ বহু সাধাৰণ লোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিছে।

‘বেটাৰ ইণ্ডিয়া’ত প্ৰকাশিত লিখনি অনুসৰি, যোৰহাটৰ এই চিকিৎসকগৰাকীয়ে সুলভ চকু চিকিৎসা আগবঢ়োৱাৰ নিমিত্তে ই আৰ চি আই কেয়াৰ স্থাপন কৰিছে আৰু ৰাজ্যখনৰ বহু ঠাইত চকু পৰীক্ষা কেন্দ্ৰ চলাই আছে।

Apply Now

২০০৭ চনত চিকিৎসা শাস্ত্ৰৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত উবেদে যোৰহাটৰ এখন অসামৰিক হাস্পাতলত কাম কৰি থাকোতে দেখা পালে যে  চকুৰ বিভিন্ন সমস্যাত ভূগি থকা বহু ৰোগীয়ে ব্যয় বহুল হোৱা বাবে কেতিয়াও প্ৰয়োজনীয় অস্ত্ৰোপচাৰ বা চিকিৎসা কৰাব নোৱাৰে।

ইয়াৰে প্ৰায় চাৰিবছৰ পাছত ২০১১ চনত উবেদে অকলশৰীয়াকৈ এখন ই আৰ চি আই কেয়াৰ ক্লিনিক স্থাপন কৰি নিয়মিতভাৱে চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰিবলৈ লয়।

চিকিৎসক উবেদ আৰু তেওঁৰ ১৫০ জনীয়া টীমটোৰ বৰ্তমান চাৰিখন মোবাইল ভ্যান, চাৰিটা নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ৰাজ্যখনত কেইবাটাও চকু পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় দুই লাখ লোকক কম খৰচী আৰু গুণগত চকু চিকিৎসা সেৱা আগবঢ়াইছে।

ই আৰ চি আই কেয়াৰে এক নিয়ন্ত্রণ কেন্দ্ৰ তথা আদৰ্শ পৰামৰ্শদাতা হিচাপে কাম কৰে। ৰাজ্যখনৰ প্ৰতিখন জিলা সদৰতে সকলোধৰণৰ প্ৰয়োজনীয় চিকিৎসাজনিত সা-সুবিধাৰে সৈতে এটা নিয়ন্ত্ৰণ কেন্দ্ৰ আছে। এই নিয়ন্ত্ৰণ কেন্দ্ৰটো সংশ্লিষ্ট জিলাখনৰ কিছুমান সম্প্ৰসাৰণ কেন্দ্ৰ বা উপগ্ৰহীয় কেন্দ্ৰৰ সৈতে সম্পৰ্কিত। প্ৰতিটো সম্প্ৰসাৰণ কেন্দ্ৰ একোজন চকু বিশেষজ্ঞই ৰাইজক উন্নত চকুৰ চিকিৎসা আগবঢ়াই আহিছে।

ই আৰ চি আই কেয়াৰৰ মোবাইল ভ্যানকেইখন ৰাইজৰ চকুৰ অৱস্থাৰ বুজ ল’বৰ  বাবে প্ৰতিমাহে ৰাজ্যৰ বিভিন্ন স্থানত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰিবলৈ ঘুৰি ফুৰে।

সাধাৰণ চকু পৰীক্ষাৰ বাবে ই আৰ চি আই কেয়াৰৰ অধীনৰ প্ৰতিষ্ঠানসমূহে মাত্ৰ ৫০ টকা ফীজ লয়।

আনহাতে, চকুৰ অস্ত্ৰোপচাৰ ১০০০ টকাৰ পৰা ২০০০ টকাৰ ভিতৰত সম্পন্ন কৰা হয় যাৰ ভিতৰত ৰোগীৰ ভ্ৰমণ, খাদ্য আৰু থকাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত থাকে। চকুৰ গ্লাছসমূহ (চশমা) ২৫০ টকাৰ পৰা পোৱা যায়।

ৰাজ্যখনৰ বহু লোকক সুলভ তথা গুণগত চিকিৎসা আগবঢ়োৱাৰ উপৰি ডাঃ উবেদৰ ই আৰ চি আই কেয়াৰে বহু লোকক সংস্থাপনৰ সুবিধাও কৰি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd