DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বান পৰিস্থিতিৰ অধিক অৱনতি; কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত বন্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2019 6:02 pm
ফটো য়ু বি

ফটো য়ু বি

747
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ অধিক অৱনতি ঘটিবলৈ ধৰিছে ৰাজ্যৰ বান পৰিস্থিতি। শেহতীয়াভাৱে বানৰ ফলত উজনি আৰু নামনি অসমৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ উপক্ৰম ঘটিছে।

উল্লেখযোগ্য যে প্ৰবল বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিভিন্ন স্থানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱাৰ লগতে ৩ ফুট ওপৰেৰে পানী বৈ যোৱাত ঘাইপথছোৱাত স্থগিত কৰা হৈছে লঘু যান-বাহনৰ চলাচল।

কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগে জাৰি কৰা এক নিৰ্দেশ মতে আজিৰ পৰা আৰোপ কৰা এই নিৰ্দেশ পৰৱৰ্তি জাননি প্ৰকাশ নকৰালৈকে বাহাল থাকিব।

বানৰ ফলত ঘাইপথছোৱাত যাতে কোনোধৰণৰ অবাঞ্চিত ৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মহকুমা প্ৰশাসনৰ পৰা জাৰি কৰা বিবৃতিটোত উল্লেখ কৰা হয়।

নিৰ্দেশ অনুসৰি নগাঁও ফালৰ পৰা অহা বাহনসমূহ জখলাবন্ধাত ৰখাব লাগিব আৰু যোৰহাটৰ দিশৰ পৰা অহা বাহনসমূহ বোকাখাতত ৰ’ব লাগিব।

উল্লেখযোগ্য যে, বিগত সপ্তাহৰ পৰা অসমৰ বানপৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই বানত ২৮ খন জিলাৰ ৩১৮১ গাঁৱৰ প্ৰায় ২৬,৪৫,৫৩৩ গৰাকী লোক আক্ৰান্ত হৈছে।

Recent News

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd