DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ টকাৰ সৈতে চাৰি বিমান যাত্ৰীক গ্ৰেপ্তাৰ

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 23, 2020 8:54 pm
Assam: Four air passengers arrested with huge cash at Dibrugarh Airport
839
VIEWS
Share on FacebookShare on Twitter

চাৰিজন বিমান যাত্ৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে বুধবাৰে ডিব্ৰুগড় বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে।

লোককেইজনে নতুন দিল্লীগামী এখন বিমানত উঠাৰ আগমুহূৰ্তত চি আই এছ এফে আটক কৰে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনক মহম্মদ জালালুদ্দিন তালুকদাৰ, সঞ্জয় কুমাৰ স্বামী, চাজন সিং আৰু ৰাম অৱতাৰ স্বামী বুলি চিনাক্ত কৰা হৈছে।

লোককেইজনে অৰুণাচল প্ৰদেশৰ খুনছাৰ পৰা দুটা কাৰ্টনত প্ৰায় ৭৯ লাখ টকা কঢ়িয়াই আনিছিল।

নতুন দিল্লীগামী ইণ্ডিগ’ বিমান (নং ৬ই ৬৭৭২)ত উঠাৰ আগতে বয়বস্তু স্কেনিঙৰ সময়ত টকাখিনি চি আই এছ এফে ধৰা পেলায়।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই কয়, “আমি তেওঁলোকক আয়কৰ বিভাগৰ হাতত অধিক তদন্তৰ বাবে গতাই দিছো। এতিয়াই আমি একো ক’ব নোৱাৰো কাৰণ আয়কৰ বিভাগে বিষয়টো চাই আছে।”

টকাখিনি জনৈক বিজয় শংকৰ আগৰৱালাই দিয়া বুলি কোৱা হৈছে।

সূত্ৰমতে লোককেইজনে বিজয় শংকৰ আগৰৱালাৰ পৰা টকাখিনি সংগ্ৰহ কৰাৰ পিছত ৰাজস্থানলৈ গৈ আছিল।

Recent News

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd