• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকলৈ অসম চৰকাৰৰ পেঞ্চন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2020 10:00 pm
WhatsApp Image 2020-05-15 at 1.13.54 PM

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

260
VIEWS
Share on FacebookShare on Twitter

তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অসম চৰকাৰৰ ‘সাংবাদিকসকলৰ বাবে পেঞ্চন আঁচনি’ৰ অধীনত ২০২০-২১ বৰ্ষৰ বাবে ৰাজ্যখনৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক নিৰ্বাচন কৰা হৈছে।

এই আঁচনিৰ অধীনত ৬০ বছৰ পূৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত সাংবাদিকসকলে প্ৰতি মাহে ৮০০০ টকাকৈ পেন্সন লাভ কৰিব।

প্ৰতি বছৰে উক্ত আঁচনিৰ অধীনত ২০ গৰাকীকৈ সাংবাদিকক নিৰ্বাচন কৰা হয়।

২০২০-২১ বৰ্ষৰ বাবে নিৰ্বাচিত সাংবাদিক সকল হ’ল- প্ৰশান্ত বৰুৱা(দৰং), তৰুণ শইকীয়া(কামৰূপ মেট্ৰ’), হোমেশ্বৰ হীৰা(নগাঁও), দেৱদাস পুৰকায়স্থ(হাইলাকান্দি), দুগ্ধ দত্ত(গোলাঘাট), জাহ্নৱী খাউণ্ড(কামৰূপ মেট্ৰ’), কুমুদ ৰঞ্জন দাস( কামৰূপ মেট্ৰ’), নিৰঞ্জন মহন্ত(যোৰহাট), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য(নগাঁও), নলিনী বৰঠাকুৰ(নগাঁও), মানস কুমাৰ মহন্ত(কামৰূপ মেট্ৰ’), মদন সিংহাল(কাছাৰ), নৰেন বৰা(বিশ্বনাথ চাৰিআলি), অপূৰ্ব বল্লভ গোস্বামী(গোলাঘাট), গকুল কৃষ্ণ শৰ্মা(তিনিচুকীয়া), নৰেশ দাস কলিতা(গোৱালপাৰা), মিহিৰাম বৰা(যোৰহাট), প্ৰণৱ আচাৰ্য্য(কামৰূপ মেট্ৰ’), থানাশ্বৰ নেওগ(কাৰ্বি আংলং) আৰু বিমান চন্দ্ৰ হাজৰিকা(কামৰূপ মেট্ৰ’)।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd