• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত তিনিখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2025 2:25 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে তিনিখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰাৰ লগতে আন আঠখন বিশ্ববিদ্যালয়ক নিয়ন্ত্ৰণ কৰা আইনসমূহৰ সংশোধনীৰ প্ৰস্তাৱো আগবঢ়াইছে। শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন ২০০৭ৰ সংশোধন বিচৰা অতিৰিক্ত দুখন বিধেয়ক আজি সদনত উত্থাপন কৰে।

এই বিধেয়ক দুখনৰ লগতে এডটেক স্কিলছ ইউনিভাৰ্চিটি বিধেয়ক ২০২৫ উত্থাপন কৰে। যিখন বিশ্ব শিক্ষা মিছনৰ পৃষ্ঠপোষকতাত এই প্রস্তাৱিত প্রতিষ্ঠান তিনিচুকীয়াত স্থাপন হ’ব বুলি সদৰী কৰে। উচ্চ শিক্ষা, উন্নত শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰৰ একেধৰণৰ লক্ষ্যৰে ‘স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫’ আৰু ‘মা কামাখ্যা বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫’  বিধান সভাত উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।

Apply Now

প্ৰকাশিত তথ্য অনুসৰি ছ’চিয়েল একচন এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত প্ৰস্তাৱিত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ চিৰাং জিলাৰ ওদলাগুৰি আৰু অপাৰেচনেল কেম্পাছ কোকৰাঝাৰত থাকিব আৰু গৱেষণা এডুভার্চিটি ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত প্রস্তাৱিত মা কামাখ্যা বিশ্ববিদ্যালয় ছিপাঝাৰত স্থাপন হ’ব বুলি সদৰী কৰিছে।

উল্লেখ্য  যে বিধান সভাত উত্থাপিত অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, ২০২৫’ত বিশ্ববিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু অন্যান্য কৰ্মচাৰীৰ ধৰ্মান্তৰকৰণৰ সৈতে জড়িত যিকোনো কামত লিপ্ত হোৱাৰ  নিষেধাজ্ঞা আৰোপ কৰিছে।

ইয়াৰ উপৰিও ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কৃষি, পশু চিকিৎসা, দুগ্ধ, আৰু আনুষংগিক বিষয়ৰ সৈতে জড়িত নতুন কাৰিকৰী, চিকিৎসা, পেৰা-চিকিৎসা, নাৰ্চিং, আৰু অন্যান্য কাৰিকৰী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সংশোধনীত পৃষ্ঠপোষক সংস্থাটোৰ পূৰ্বসূৰী সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ পৰাও নিৰাপত্তা অনুমোদনৰ প্ৰতিবেদন প্ৰস্তাৱ কৰা হৈছে। ইয়াৰোপৰি পৰামৰ্শ দিয়া হৈছে যে ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহ প্ৰতিষ্ঠাৰ সময়ত নিৰ্ধাৰণ কৰা চৰ্তসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ তিনি বছৰৰ মূৰে মূৰে এবাৰ পৰিদৰ্শন কৰৰা হ’ব। নিয়ম মানি নচলাৰ ফলত বিশ্ববিদ্যালয়খন ভংগ হ’ব পাৰে বুলি উল্লেখ কৰিছে।

শিক্ষা মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰে। লগতে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫, কোকৰাঝাৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫, নগাঁও বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক২০২৫, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, ২০২৫,  গুৰুচৰণ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক, ২০২৫, বঙাইগাঁও বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫, শিৱসাগৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫, আৰু স্বাহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৫ বিধানসভাত উত্থাপন কৰে।  

এই সংশোধনীসমূহত প্ৰতিখন বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যক ৰাজ্য চৰকাৰে নিযুক্তি দিব, পৰৱৰ্তী উপাচাৰ্যসকলক পৰামৰ্শদাতা ব’ৰ্ডৰ পৰামৰ্শৰ ভিত্তিত অধ্যক্ষই নিযুক্তি দিব বুলি প্ৰস্তাৱ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd