DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ অৰুণোদয় হিতাধিকাৰীৰ ঘৰৰ সন্মুখত ফলক লগাব অসম চৰকাৰে

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 19, 2022 4:20 pm
Assam
138
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ নামত প্ৰদান কৰা মাহেকীয়া ভাট্টা লাভ কৰা হিতাধিকাৰীসকলৰ ঘৰৰ সন্মুখত এইবাৰ ৰাজহুৱাকৈ লাগিব ‘অৰুণোদয় হিতাধিকাৰীৰ ফলক’।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিৰ এখন ৰাজহুৱা সভাত এই ঘোষণা কৰিছে।

ওদালগুৰিত নতুনকৈ স্থাপন কৰা ২৫ মেগাৱাট শক্তি সম্পন্ন সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজ ভাষণত অৰুণোদয় সম্পৰ্কে এই ঘোষণা কৰে।

মূলত: অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা অৰ্থনৈতিকভাৱে সবল লোকসকলৰ নাম কৰ্তনৰ বাবেই এইদৰে ফলক লগোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে।

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি এতিয়াৰ পৰা চৰকাৰী চাকৰি কৰা আৰু আৰ্থিকভাৱে সবল পৰিয়ালে স্বইচ্ছাৰে অৰুণোদয় আঁচনি এৰিব লাগিব।

যাতে কেৱল যোগ্য ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে, তাৰ বাবে প্ৰতিটো হিতাধিকাৰীৰ পৰিয়ালৰ ঘৰত অৰুণোদয় ফলক লগোৱা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

আনহাতে অহা ১০ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন এহেজাৰ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি হ’ব বুলিও তেওঁ ঘোষণা কৰে।

এই অতিৰিক্ত ২৫০ টকা কাৰেণ্টৰ বিল হিচাপে চৰকাৰে পৰিশোধ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকা হিতাধিকাৰীৰ লগতে প্ৰতিটো সমষ্টিত ৬ হাজাৰ পৰিয়ালে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

Recent News

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd