• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনালে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 5, 2020 8:56 am

1 min read

world-environment-day-738x375

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: Hello travel

1.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

অধ্যাপক মুখীয়ে কয়,’’প্ৰতি বছৰে ৫জুন তাৰিখে আমাৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা,পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহ চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা আৰু সঠিক পদেক্ষেপ গ্ৰহণৰ বাবে পথ নিৰূপনৰ উদ্দেশ্যে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।‘’

ৰাজ্যপালে কয় যে বিগত বছৰসমূহত মানবীয় কাৰ্যকলাপে অতিপাত অৱক্ষয়ৰ সৃষ্টি কৰিছে যাৰ ফলত পৰিৱেশ ব্যৱস্থাটো বিনষ্ট হৈছে।

তেওঁ লগতে সকলোকে পৃথিৱীৰ অধিক ক্ষতি হোৱাটো বন্ধ কৰাৰ বাবে আৰু যিমান পাৰি গছপুলি ৰোপন কৰি প্ৰকৃতিক সেউজ তথা সুন্দৰ কৰি তোলাৰ বাবে আহ্বান জনায়।

তদুপৰি, তেওঁ পৰিৱেশ সুৰক্ষিত কৰিবলৈ চৌপাশ পৰিস্কাৰ কৰি ৰখাৰ উপৰি এক স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা আগবঢ়াবলৈ নাগৰিকসকললৈ আহ্বান জনায়।

Recent News

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd