• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভা পুৰস্কৃত? চৰকাৰে আগ বঢ়ালে ১০ কোটি টকা

ৰাজ্যৰ সকলো সাহিত্য সভালৈ কোটি টকাৰ সাহায্য ঘোষণা; নবীন লেখকলৈ ৫০ হাজাৰকৈ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 6:05 pm
Sahitya Sabha

বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠকৰ দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাজ্যত আঁচনি, আৰু বঁটা-বাহন, সাহায্যৰ ধল অনা অসম চৰকাৰে আজি অসম সাহিত্য সভাকে ধৰি ৰাজ্যৰ আন আন ভাষাৰ সাহিত্য সভাবোৰলৈ বিত্তীয় সাহায্য ঘোষণা কৰিছে।

আজি মুখ্য মন্ত্ৰীজনে অসম সাহিত্য সভা, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসম, দেউৰী সাহিত্য সভা, ডিমাছা সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, নিখিল ৰাভা সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, মিচিং সাহিত্য সভা, নিখিল বিষ্ণুপুৰীয়া সাহিত্য সভা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, তিৱা সাহিত্য সভা, অসম মণিপুৰী সাহিত্য পৰিষদ, গাৰো সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুৰুখ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, চাওঁতাল সাহিত্য সভা, মুণ্ডাৰি সাহিত্য সভা, শৰণীয়া কছাৰী সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত বহে।

Apply Now

বৈঠকৰ অন্তত মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰে অসম সাহিত্য সভালৈ ১০ কোটি টকা, বড়ো সাহিত্য সভালৈ ৫ কোটি টকা আৰু আন আন সাহিত্য সভাবোৰলৈ ৩ কোটিকৈ টকাৰ এক কালীন সাহায্য ঘোষণা কৰে।

মুখ্য মন্ত্ৰীৰ জন সম্পৰ্কৰক্ষী কোষে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কোৱা হয় যে এই সাহায্যবোৰ সংশ্লিষ্ট সভাবোৰৰ স্থায়ী পুঁজিত জমা হ’ব, য’ৰ পৰা সভাবোৰে বছৰেকীয়া সুত লাভ কৰিব।

বিবৃতিটোৰ মতে, অসম সাহিত্য সভাই বাৰ্ষিক ৮০ লাখ টকা, বড়ো সাহিত্য সভাই ৪০ লাখ টকা আৰু আন আন জনগোষ্ঠীয় সাহিত্য সভাবোৰে বাৰ্ষিক ২৪ লাখ টকাকৈ সুত লাভ কৰিব পাৰিব।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ নবীন লেখকসকলৈও বিত্তীয় সাহায্য ঘোষণা কৰে। সেই অনুসৰি ১ হাজাৰ নতুন লেখক “ভাষা গৌৰৱ” আঁচনিৰ অধীনত ৫০ হাজাৰকৈ টকা দিব।

“এই আঁচনিয়ে নতুন লেখকসকলক বিভিন্ন ভাষাত সাহিত্য কৰ্মত জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে”, বিবৃতিটোত কোৱা হয়।

সোণোৱালে থলুৱা সাহিত্য অনুষ্ঠানবোৰক থলুৱা ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু উদগনিৰ বাবে গৱেষণামূলক কামত জোৰ দিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় আগ বঢ়োৱাৰ আশ্বাসো দিয়ে মুখ্য মন্ত্ৰীজনে।

বৈঠকত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱালী, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়া, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীও উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd