• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰে ঘোষণা কৰিলে বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষ, উপদেষ্টাৰ নাম

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 3, 2021 7:37 pm
Assam-Legislative-Assembly
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে আজি বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষকে ধৰি উপাধ্যক্ষ, উপদেষ্টা আদিৰ নাম ঘোষণা কৰে।

সেইমৰ্মে অন্যান্য পিছপৰা শ্ৰেণী নিগমৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়া হৈছে নৱনীতা সন্দিকৈক,  জিএমডিএৰ অধ্যক্ষ পদত নাৰায়ণ ডেকা, , ভৈয়াম জনজাতি উন্নয়নৰ অধ্যক্ষ পদত ৰমাকান্ত দেউৰীক,গেছ কোম্পানীৰ অধ্যক্ষ পদত বলিন চেতিয়াক, অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষৰ পদত জয়ন্ত দাসক,মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ পদত গুৰুজ্যোতি দাসক , অসম বিত্ত নিগমৰ অধ্যক্ষৰ পদত বিজয় গুপ্তাক,অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ পদত সীমান্ত শেখৰক, অসম মাৰ্কেটিং নিগমৰ অধ্যক্ষৰ পদত অশোক সিংঘিক নিযুক্তি প্ৰদান কৰা হৈছে।

Apply Now

একেদৰে ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য-সচিব হিচাবে পবিত্ৰ মাৰ্ঘেৰিটাক নিযুক্তি প্ৰদান কৰা হৈছে।
পৰ্যটন নিগমৰ অধ্যক্ষ হিচাবে ঋতুপৰ্ণ বৰুৱাক, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ হিচাবে প্ৰশান্ত ফুকনক নিযুক্তি দিয়া হৈছে। অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ হিচাবে মিছন ৰঞ্জন দাসক, চাহ নিগমৰ অধ্যক্ষৰ পদত ৰাজদীপ গোৱালাক নিযুক্তি দিছে।

হাইড্ৰ’-কাৰ্বন এনাৰ্জিৰ অধ্যক্ষৰ হিচাবে হিৰণ্য কোঁৱৰক,আৰ্টফেডৰ অধ্যক্ষ হিচাবে নাথুৰাম বড়োক,গৃহ নিৰ্মাণ বিভাগৰ অধ্যক্ষ হিচাবে পুলক গোহাঁইক, ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়,  খনি উন্নয়ন নিগমৰ অধ্যক্ষ ৰূপে ৰণগৌৰা নাৰ্জাৰীক, গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা হিচাবে ৰঞ্জিত মজুমদাৰক, ফিছফেডৰ অধ্যক্ষ হিচাবে সুশীলা হাজৰিকাক,পণ্য সামগ্ৰী নিগমৰ অধ্যক্ষ হিচাবে নিৰেণ বৈশ্যক, অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ হিচাবে লক্ষ্য কোঁৱৰক নিযুক্তি দিয়া হৈছে।

একেদৰে চৰকাৰে ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব শিলাদিত্য দেৱক,জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব প্ৰদীপ ঠাকুৰীয়াক, ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ৰূপে নিযুক্তি হেমপ্ৰভা বৰঠাকুৰক,হাঁহ-কুকুৰা পালন নিগমৰ অধ্যক্ষ ৰূপে মনোজ শইকীয়াক, বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকাক, কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ হিচাবে জিতুল সোণোৱালক,সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হিচাবে হবিব মহম্মদ চৌধুৰীক নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd