DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুখবৰ : ৰাজ্যিক কৰ্মচাৰীৰ সুবিধাৰ্থে ‘আপোন ঘৰ’ আঁচনিৰ ম্যাদ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2019 12:54 pm
Apun-Ghar-Home-Loan-Scheme-Assam-726x430
16.2k
VIEWS
Share on FacebookShare on Twitter

পুনৰ এক সুখবৰ আহিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। কিয়নো ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ‘আপোন ঘৰ’ৰ ম্যাদ বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকলক অতি সহজেৰে গৃহ ঋণ প্ৰদানৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই আঁচনিখনৰ ম্যাদ ২০২০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে গৃহ বিভাগে।

বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই এক জাননীযোগে এই কথা ৰাজহুৱা কৰিছে। এই সন্দৰ্ভত ২০ জুনত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটৰযোগে জানিবলৈ দি কয় যে এই আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈ ২০,২৮৭ গৰাকী কৰ্মচাৰীয়ে ২৩৯৫.১০ কোটি টকাৰ ঋণ লাভ কৰিছে।

I am glad to share that special interest subvention scheme #AponGhar for availing of housing loan by government employees has been extended till March 31, 2020 on the prevailing terms. A total of 20287 beneficiaries have availed Re 2395.10 cr loan so far.@PMOIndia @mygovassam pic.twitter.com/7CwGh4GSox

— Himanta Biswa Sarma (@himantabiswa) June 20, 2019

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৪.৫০ লাখ ৰাজ্যিক কৰ্মচাৰী উপকৃত হোৱাকৈ সহজ পন্থাত আৰু কম সুদত গৃহ ঋণ প্ৰদানৰ বাবে এই আঁচনিখন গ্ৰহণ কৰিছিল।

এই আঁচনিখনৰ সন্দৰ্ভত ষ্টে’ট বেংক অব ইণ্ডিয়াৰ সৈতে ৰাজ্য চৰকাৰে এখন বুজাবুজিৰ স্বাক্ষৰো কৰিছে।

Recent News

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Drugs Seized

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd